কাছাৰ জিলা অসমৰ বৰাক উপত্যকাৰ এখন জিলা। শিলচৰ এই জিলাৰ সদৰ। কাছাৰ জিলাখন এসময়ত বৃহত্তৰ কছাৰী সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত আছিল। বাঙালী আৰু মেইতেই (মণিপুৰী) এই অঞ্চলৰ চৰকাৰী ভাষা।১২৩
অৰ্থনীতি
শিলচৰ অসমৰ অন্যতম বৃহৎ বাণিজ্যিক কেন্দ্ৰ।
বাহ্যিক সংযোগ
*
তথ্যসূত্ৰ
- ↑ (2024-02-24). Assam recognises Manipuri as associate official language in four districts. Hindustan Times
- ↑ PTI. (2024-02-24). Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts. The Hindu
- ↑ (2024-02-24). Assam Cabinet gives nod to recognise Manipuri as associate official language in four districts. The Indian Express
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাছাৰ জিলা” প্ৰবন্ধৰ সংশোধন ৪০৭৫০৯ (২৪ ফেব্ৰুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।