অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

গোলাঘাট বিধানসভা সমষ্টি

গোলাঘাট বিধানসভা সমষ্টি (ইংৰাজী: Golaghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

গোলাঘাট বিধানসভা সমষ্টি (ইংৰাজী ভাষা: Golaghat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও গোলাঘাট জিলাৰ অন্তৰ্গত এই সমষ্টিটো ১০৩ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।

এই সমষ্টিটো গোলাঘাট জিলাৰ অন্তৰ্গত আৰু ই কাজিৰঙা লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই কলিয়াবৰ লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৫১ৰাজেন্দ্ৰ নাথ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৫৭ৰাজেন্দ্ৰ নাথ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬২ৰামনাথ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭সোনেশ্বৰ বৰাসংযুক্ত চোচিয়েলিষ্ট পাৰ্টী
১৯৭২সোনেশ্বৰ বৰাসংযুক্ত চোচিয়েলিষ্ট পাৰ্টী
১৯৭৮সোনেশ্বৰ বৰাজনতা পাৰ্টী
১৯৮৩নগেন নেওগভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫অতুল বৰাঅসম গণ পৰিষদ
১৯৯১নগেন নেওগভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬অতুল বৰাঅসম গণ পৰিষদ
২০০১অজন্তা নেওগভাৰতীয় জাতীয় কংগ্ৰেছ
২০০৬
২০১১
২০১৬
২০২১অজন্তা নেওগভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী অজন্তা নেওগে বিজয় সাব্যস্ত কৰি গোলাঘাট সমষ্টিৰ বিধায়িকা হিচাপে একেৰাহে ষষ্ঠবাৰৰ বাবে নিৰ্বাচিত হয় (পূৰ্বতে চাৰিবাৰ কংগ্ৰেছৰ পৰা আৰু শেষৰ দুবাৰ বিজেপিৰ পৰা)। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত গোলাঘাট সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহগোলাঘাট জিলাৰ ভূগোলঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোলাঘাট বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৬১ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।