গোঁসাইগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Gossaigaon Assembly constituency) ভাৰতৰ পূব প্ৰান্তৰ ৰাজ্য অসমৰ ১২৬ খন বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো কোকৰাঝাৰ জিলাত অৱস্থিত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।১২
সমষ্টিৰ পৰিসৰ
ভৌগোলিক পৰিসৰ অনুসৰি গোঁসাইগাঁও সমষ্টিত কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত গোঁসাইগাঁও পৌৰসভা, শিমুলটাপো, পোটামৰী, জলোৱাসুতী, গুমা, ভাওৰাগুৰী, ঢোদোদ্ৰা, গোঁসাইগাঁও আৰু হাৰিভংগা মৌজা অন্তৰ্ভুক্ত হৈ আছে।
বিধানসভাৰ সদস্যসকল
| বৰ্ষ | বিধায়ক | দল |
|---|---|---|
| ১৯৫২ | যতীন্দ্ৰ নাৰায়ণ দাস | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৫৭ | মিথিয়াছ টুডু | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৬২ | মিথিয়াছ টুডু | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৬৭ | মিথিয়াছ টুডু | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৭২ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৭৮ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৩ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৮৫ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৯৯১ | তাজেন্দ্ৰ নাৰ্জাৰী | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ১৯৯৬ | তাজেন্দ্ৰ নাৰ্জাৰী | অসম গণ পৰিষদ |
| ২০০১ | মিথিয়াছ টুডু | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২০০৬ | মজেন্দ্ৰ নাৰ্জাৰী | স্বতন্ত্ৰ প্ৰাৰ্থী |
| ২০১১ | মজেন্দ্ৰ নাৰ্জাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০১৬ | মজেন্দ্ৰ নাৰ্জাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০২১ | মজেন্দ্ৰ নাৰ্জাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ২০২১ (উপ-নিৰ্বাচন) | জিৰণ বসুমতাৰী | ইউনাইটেড পিপলছ পাৰ্টী লিবাৰেল |
| ২০২৬ | চভৰাম বসুমতাৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
নিৰ্বাচনী ফলাফল
২০২১ চনৰ উপ-নিৰ্বাচন
সমষ্টিটোৰ বিধায়ক মজেন্দ্ৰ নাৰ্জাৰীৰ ক'ভিড-১৯ জনিত কাৰণত মৃত্যু হোৱাৰ বাবে ২০২১ চনৰ ৩০ অক্টোবৰত এই উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল।
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. Election Commission of India
- ↑ Gossaigaon Election Result 2016, Winner, Gossaigaon Assembly Election Likely Result. elections.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোসাইগাঁও বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৭৬৯ (১৮ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।