সোণাৰি বিধানসভা সমষ্টি (ইংৰাজী: Sonari Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫১ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও চৰাইদেউ জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।
এই সমষ্টিটো চৰাইদেউ জিলাৰ অন্তৰ্গত আৰু ই যোৰহাট লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।
বিধানসভাৰ সদস্যসকল
| নিৰ্বাচন | সদস্য | দলৰ সংযোগ | |
|---|---|---|---|
| ১৯৫১ | পুৰ্ণানন্দ চেতিয়া | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | বিমলা প্ৰসাদ চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৬২ | |||
| ১৯৬৭ | বি. চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭২ | জানকী নাথ সন্দিকৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৭৮ | সত্ৰাধিকাৰ শ্ৰী শ্ৰী পি. দেৱ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৩ | সত্ৰাধিকাৰ শ্ৰী শ্ৰী পি. দেৱ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | ভদ্ৰেশ্বৰ বুঢ়াগোহাঁই | অসম গণ পৰিষদ | |
| ১৯৯১ | শৰৎ বৰকটকী | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৯৬ | |||
| ২০০১ | |||
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | টোপন কুমাৰ গগৈ | ভাৰতীয় জনতা পাৰ্টী | |
| ২০১৯ (উপ-নিৰ্বাচন) | নৱনিতা সন্দিকৈ | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২১ | ধৰ্মেশ্বৰ কোঁৱৰ | ভাৰতীয় জনতা পাৰ্টী | |
| ২০২৬ |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰে বিজয় সাব্যস্ত কৰি সোণাৰি সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:
২০২১ চনৰ বিধানসভা নিৰ্বাচন
২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত সোণাৰি সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:
২০১৬ চনৰ বিধানসভা নিৰ্বাচন
২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:
লগতে চাওক
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাৰি বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩১১ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।