বাক্সা বিধানসভা সমষ্টি (ইংৰাজী: Baksa Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ সময়ত বাক্সা জিলাত এই নতুন সমষ্টিটো গঠন কৰা হয়।১
এই সমষ্টিটো বাক্সা জিলাৰ অন্তৰ্গত আৰু ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সদস্যসকল
| বৰ্ষ | বিধায়ক | ৰাজনৈতিক দল |
|---|---|---|
| ২০২৬ | মানেশ্বৰ ব্ৰহ্ম | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
নিৰ্বাচনী ফলাফল
২০২৬ চনৰ বিধানসভা নিৰ্বাচন
২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বাক্সা সমষ্টিত প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই নিৰ্বাচনত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ প্ৰাৰ্থী মানেশ্বৰ ব্ৰহ্মই বিজয় সাব্যস্ত কৰে। ভাৰতৰ নিৰ্বাচন আয়োগৰ আধিকাৰিক ফলাফল অনুসৰি নিৰ্বাচনৰ বিতং ফলাফল তলত দিয়া ধৰণৰ:
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাক্সা বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২২৪ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।