বিধায়কসকল
- ১৯৭৮: শশ কমল সন্দিকৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)
- ১৯৮৫: কুসুম্বৰ টাইৰায়, নিৰ্দলীয়
- ১৯৯১: শশ কমল সন্দিকৈ, ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাক্সবাদী)
- ১৯৯৬: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০০: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০১: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০০৬: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১১: প্ৰণতি ফুকন, ভাৰতীয় জাতীয় কংগ্ৰেছ
- ২০১৬: নৰেণ সোণোৱাল, অসম গণ পৰিষদ
- ২০২১: তৰংগ গগৈ, ভাৰতীয় জনতা পাৰ্টী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহৰকটীয়া বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩২৫ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।