অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট

উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট (North-East Democratic Alliance; চমুকৈ নেডা) হৈছে ২০১৬ চনৰ ২৪ মে’ত ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা গঠিত ৰাজনৈতিক মিত্ৰজোঁট। নতুন ৰাজনৈতিক ফ্ৰণ্টৰ উদ্দেশ্য আছিল অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ লগতে উত্তৰ-পূব ভাৰতৰ অকংগ্ৰেছী দলসমূহক একত্ৰিত কৰা।

হালনাগাদ: ২১ আগষ্ট ২০২৬ ৪৫ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট (North-East Democratic Alliance; চমুকৈ নেডা) হৈছে ২০১৬ চনৰ ২৪ মে’ত ভাৰতীয় জনতা পাৰ্টিৰ দ্বাৰা গঠিত ৰাজনৈতিক মিত্ৰজোঁট। নতুন ৰাজনৈতিক ফ্ৰণ্টৰ উদ্দেশ্য আছিল অঞ্চলটোৰ জনসাধাৰণৰ স্বাৰ্থ ৰক্ষাৰ লগতে উত্তৰ-পূব ভাৰতৰ অকংগ্ৰেছী দলসমূহক একত্ৰিত কৰা। হিমন্ত বিশ্ব শৰ্মাক ফ্ৰণ্টৰ আহ্বায়ক হিচাপে নিযুক্তি দিয়া হয়।১২৩৪৫৬

সদস্যসকল

ৰাজনৈতিক দললোকসভাৰ সাংসদৰাজ্যসভাৰ সাংসদবিধানসভাৰ বিধায়কভিত্তি ৰাজ্যযোগদান বছৰ
১বিজেপি১৫৪১৯৫ৰাষ্ট্ৰীয়২০১৬
২অগপ০১৯অসম২০১৬
৩এনপিএফ১০৭নাগালেণ্ড, মণিপুৰ২০১৮
৪এনপিপি১১৪২ৰাষ্ট্ৰীয়২০১৮
৫এনডিপিপি১০২৫নাগালেণ্ড২০১৮
6 ৬এইচএছডিপি০০২মেঘালয়২০১৮
৭এছকেএম১০১৯ছিক্কিম২০১৯
৮ইউপিপিএল০১৭অসম২০২০
৯বিপিএফ০০৩অসম২০২২
১০কেপিএ০০২মণিপুৰ২০২২
১১.আৰপিআই (এ)০০২নাগালেণ্ড২০২৩
১২নিৰ্দলীয় ৰাজনীতিবিদ১০১৭উত্তৰ-পূব ভাৰত-
মুঠ২০১০৩৪৮

তথ্যসূত্ৰ

  1. ↑ Himanta Biswa Sarma Named Convener Of BJP's Northeast Alliance
  2. ↑ Amit Shah holds meeting with northeast CMs, forms alliance
  3. ↑ BJP acts east, brass joins the Assam party
  4. ↑ (2016-05-24). Former Gogoi close aide Himanta Biswa Sarma named convener of NDA's northeast alliance · Latest News & Updates at Daily News & Analysis. dna
  5. ↑ Chief Minister of Assam, Arunachal Pradesh, Nagaland and Sikkim met BJP National President Shri Amit Shah and proposed to join an alliance of non-congress parties in North-East
  6. ↑ BJP launches Northeast alliance, ousted CM Kalikho Pul meets Shah

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উত্তৰ-পূব গণতান্ত্ৰিক মিত্ৰজোঁট” প্ৰবন্ধৰ সংশোধন ৬২৯৬৭১ (২১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।