অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

হাজো-শুৱালকুছি বিধানসভা সমষ্টি

হাজো-শুৱালকুছি বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত পূৰ্বৰ "হাজো" বিধানসভা সমষ্টিক পুনৰ নামকৰণ কৰি "হাজো-শুৱালকুছি" কৰা হয়। এই সমষ্টিটো বৰ্তমান অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

হাজো-শুৱালকুছি বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ সময়ত পূৰ্বৰ "হাজো" বিধানসভা সমষ্টিক পুনৰ নামকৰণ কৰি "হাজো-শুৱালকুছি" কৰা হয়।১ এই সমষ্টিটো বৰ্তমান অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত।২

বিধায়কসকল

এই সমষ্টিটোৰ পৰা নিৰ্বাচিত বিধায়কসকলৰ তালিকা তলত দিয়া হ'ল:

বৰ্ষসমষ্টি নংসংৰক্ষণবিধায়কদল
হাজো বিধানসভা সমষ্টি হিচাপে
১৯৫২৫১নাইবিষ্ণুৰাম মেধিভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
১৯৫৭৫২নাইবিষ্ণুৰাম মেধিভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
১৯৫৮*৫২নাইমহেন্দ্ৰ মোহন চৌধুৰীভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
১৯৬২৪৭নাইমহেন্দ্ৰ মোহন চৌধুৰীভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
১৯৬৭৬১নাইবিষ্ণুৰাম মেধিভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
১৯৭২৬১নাইৰেণুকা দেৱী বৰকটকীনিৰ্দলীয় ৰাজনীতিবিদ
১৯৭৮৫৫নাইৰবীন্দ্ৰ নাথ মালাকাৰজনতা পাৰ্টী
১৯৮৩৫৫নাইবৰকত উল্লাহভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
১৯৮৫৫৫নাইকামাখ্যা চৰণ চৌধুৰীনিৰ্দলীয়
১৯৯১৫৫নাইবদন বৰুৱানতুন অসম গণ পৰিষদ
১৯৯৬৫৫নাইনুৰুল হুছেইনঅসম গণ পৰিষদ
২০০১৫৫নাইহাৰেন দাসভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ
২০০৬৫৫নাইনুৰুল হুছেইনঅসম গণ পৰিষদ
২০১১৫৫নাইদ্বিপেন পাঠকসৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ
২০১৬৫৫নাইসুমন হৰিপ্ৰিয়াভাৰতীয় জনতা পাৰ্টী
২০২১৫৫নাইসুমন হৰিপ্ৰিয়াভাৰতীয় জনতা পাৰ্টী
হাজো-শুৱালকুছি বিধানসভা সমষ্টি হিচাপে
২০২৬৩০অনুসূচিত জাতি (SC)প্ৰকাশ চন্দ্ৰ দাসঅসম গণ পৰিষদ
  • উপ-নিৰ্বাচন বুজায়

নিৰ্বাচনৰ ফলাফল

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. Election Commission of India
  2. ↑ List of Assembly constituencies showing their Parliamentary constituences wise break-up. www.ceoassam.nic.in

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাজো-শুৱালকুছি বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৬৬ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।