অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বঙাইগাঁও বিধানসভা সমষ্টি

বঙাইগাঁও বিধানসভা সমষ্টি ভাৰতৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এটা। বঙাইগাঁও সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অংশ।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

বঙাইগাঁও বিধানসভা সমষ্টি ভাৰতৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এটা।১২৩ বঙাইগাঁও সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অংশ।

সমষ্টিৰ বিস্তৃতি

এই বিধানসভা সমষ্টিটোৱে তলত উল্লেখ কৰা অঞ্চলসমূহ সামৰি লৈছে—

  • বঙাইগাঁও পৌৰসভা
  • নিউ বঙাইগাঁও ৰে’লৱে কলনী
  • মণিকপুৰ উন্নয়ন খণ্ড (আংশিক)
  • ডাংতল উন্নয়ন খণ্ড (আংশিক)
  • বইটামাৰী উন্নয়ন খণ্ড (আংশিক)

বিধানসভাৰ সদস্যসকল

বছৰসদস্যদল
১৯৬৭মথুৰা মোহন সিংহভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭২ধ্ৰুৱ বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮মথুৰা মোহন সিংহজনতা পাৰ্টি
১৯৮৩ফণী ভূষণ চৌধুৰী৪স্বতন্ত্ৰ
১৯৮৫স্বতন্ত্ৰ
১৯৯১অসম গণ পৰিষদ
১৯৯৬অসম গণ পৰিষদ
২০০১অসম গণ পৰিষদ
২০০৬অসম গণ পৰিষদ
২০১১অসম গণ পৰিষদ
২০১৬অসম গণ পৰিষদ
২০২১অসম গণ পৰিষদ
২০২৪ উপ-নিৰ্বাচনদীপ্তিময়ী চৌধুৰীঅসম গণ পৰিষদ

নিৰ্বাচনী ফলাফল

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. ভাৰতৰ নিৰ্বাচন আয়োগ
  2. ↑ List of Assembly constituencies showing their Parliamentary constituences wise break-up. www.ceoassam.nic.in
  3. ↑ Map of Assam showing District-wise assembly and Parliamentary constituencies. www.ceoassam.nic.in
  4. ↑ (3 May 2021). Assam Election Results 2021: Check Full List Of Winners. ndtv.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিঅসমৰ ৰাজনীতিবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বঙাইগাঁও বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৩৪ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।