ধুবুৰী বিধানসভা সমষ্টিটো অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত।১
ধুবুৰী বিধানসভা সমষ্টি
তলত ধুবুৰী বিধান সভা সমষ্টিৰ সবিশেষ তথ্য দিয়া হ'ল:
- দেশ: ভাৰত
- ৰাজ্য: অসম
- জিলা: ধুবুৰী জিলা
- লোকসভা সমষ্টি: ধুবুৰী লোকসভা সমষ্টি
- অন্তৰ্ভুক্ত এলেকা: ধুবুৰী পৌৰসভা বৰ্ড, বীৰসিং জাৰুৱা উন্নয়ণ খণ্ড, গৌৰীপুৰ উন্নয়ণ খণ্ড, ৰূপশী উন্নয়ণ খণ্ড।
বিধানসভাৰ সদস্যসকল
তলত অসম বিধানসভাত ধুবুৰী বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা বিগত সদস্যৰ তালিকা দিয়া হ'ল।
| বছৰ | সদস্য | দল |
|---|---|---|
| ১৯৫১ | তমিজুদ্দিন প্ৰধানি | |
| ১৯৫৭ | ||
| ১৯৬২ | মঃ উমৰুদ্দিন | |
| ১৯৬৭ | এচ. এ. আলী | |
| ১৯৭২ | মঃ উমৰুদ্দিন | |
| ১৯৭৮ | ||
| ১৯৮৩ | ||
| ১৯৮৫ | মছিৰুদ্দিন সেখ | |
| ১৯৯১ | ধ্ৰুৱ কুমাৰ সেন | |
| ১৯৯৬ | নাজিবুল উমৰ | |
| ২০০১ | ||
| ২০০৬ | ৰছুল হক | |
| ২০১১ | জাহান উদ্দিন | |
| ২০১৬ | নজৰুল হক | |
| ২০২১ | ||
| ২০২৬ | বেবী বেগম |
নিৰ্বাচন ফলাফল
লগতে চাওক
বাহ্যিক সংযোগ
- Results of all Assam Assembly elections. eci.gov.in. Election Commission of India
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুবুৰী বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৪০৪ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।