অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

হাফলং বিধানসভা সমষ্টি

হাফলং বিধানসভা সমষ্টি (ইংৰাজী: Haflong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল।

হালনাগাদ: ১৪ জুলাই ২০২৬ ১৩৬ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

হাফলং বিধানসভা সমষ্টি (ইংৰাজী: Haflong Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৬২ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও সমগ্ৰ ডিমা হাছাও জিলা সামৰি এই সমষ্টিটো ১১৩ নম্বৰ সমষ্টি হিচাপে বাহাল ৰখা হয়।

এই সমষ্টিটো ডিমা হাছাও জিলাৰ অন্তৰ্গত আৰু ই ডিফু (লোকসভা সমষ্টি)ৰ এক অংশ হিচাপে চিহ্নিত (পূৰ্বতে ই স্বায়ত্ত্বশাসিত জিলা লোকসভা সমষ্টিৰ অংশ আছিল)। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৬২জয়ভদ্ৰ হাগ্‌জেৰভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৬৭
১৯৭২এন. চি. জংতিপাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৭৮সোণাৰাম থাওছেনজনতা পাৰ্টী
১৯৮৩গোবিন্দ চন্দ্ৰ লাংথাছাভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫গোবিন্দ চন্দ্ৰ লাংথাছাস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১শৰৎ চন্দ্ৰ ৰংপীস্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি
১৯৯৬
২০০১গোবিন্দ চন্দ্ৰ লাংথাছাস্বায়ত্ত্বশাসিত ৰাজ্য দাবী সমিতি
২০০৬গোবিন্দ চন্দ্ৰ লাংথাছাভাৰতীয় জাতীয় কংগ্ৰেছ
২০১১
২০১৬বীৰভদ্ৰ হাগ্‌জেৰভাৰতীয় জনতা পাৰ্টী
২০২১নন্দিতা গাৰ্লোচাভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী দলৰ প্ৰাৰ্থী নন্দিতা গাৰ্লোচাই বিজয় সাব্যস্ত কৰি হাফলং সমষ্টিৰ বিধায়িকা হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত হাফলং সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাফলং বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৭১৫৯ (১৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।