সৃজনগ্ৰাম বিধানসভা সমষ্টি১ ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত এখন। এই সমষ্টিখন ২০২৩ চনত নতুনকৈ গঠন কৰা হয়।
আৰু চাওক
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৃজনগ্ৰাম বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৩১৯ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।