অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

দলগাঁও বিধানসভা সমষ্টি

দলগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Dalgaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১৩৩ শব্দ · ১ মিনিট সংগৃহীত ৮২
সংশোধনৰ পৰামৰ্শ

দলগাঁও বিধানসভা সমষ্টি (ইংৰাজী: Dalgaon Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৫৭ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো দৰং জিলাৰ অন্তৰ্গত আৰু ই দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত সৰ্ব ভাৰতীয় সংযুক্ত গণতান্ত্ৰিক মৰ্চা দলৰ প্ৰাৰ্থী মজিবুৰ ৰহমানে বিজয় সাব্যস্ত কৰি দলগাঁও সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়।

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত এই সমষ্টিটোত মূল প্ৰতিদ্বন্দ্বিতা হৈছিল এআইইউডিএফ আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ মাজত। ফলাফল তলত দিয়া ধৰণৰ:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলৰ ইলিয়াছ আলীয়ে এই সমষ্টিৰ পৰা বিজয়ী সাব্যস্ত কৰিছিল। নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দলগাঁও বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৪৭ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।