অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

বিজয় মালাকাৰ

বিজয় মালাকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১৬ অসম বিধানসভাৰ নিৰ্বাচনৰ(২০১৯ চনৰ উপ-নিৰ্বাচনত) ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাতাবাৰী বিধান সভা সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৮১
সংশোধনৰ পৰামৰ্শ

বিজয় মালাকাৰ এজন ভাৰতীয় ৰাজনীতিবিদ। ১২তেওঁ ২০১৬ অসম বিধানসভাৰ নিৰ্বাচনৰ(২০১৯ চনৰ উপ-নিৰ্বাচনত) ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হিচাপে ৰাতাবাৰী বিধান সভা সমষ্টিৰপৰা অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল।৩৪ ৫৬৭৮৯তেওঁ প্ৰাক্তন বিধায়াক কৃপানাথ মল্লাহদেৱে লোকসভালৈ নিৰ্বাচিত হোৱাৰ বাবে ৰাতাবাৰী বিধানসভা সমষ্টিৰপৰা উপ-নিৰ্বাচনত জয়ী হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Bijoy Malakar Election Affidavit. ভাৰতৰ নিৰ্বাচন আয়োগ
  2. ↑ Assam Assembly Election Candidate Bijoy Malakar. NDTV
  3. ↑ Bijoy Malakar is a BJP candidate Ratabari. News18
  4. ↑ Ratabari ASSEMBLY CONSTITUENCY. Business Standard
  5. ↑ BJP's Bijoy Malakar wins the Ratabari Bye Poll election
  6. ↑ Sarbananda Sonowal draws up big plans for Sonbeel. www.telegraphindia.com
  7. ↑ BJP 3, AIUDF 1 in Assam. www.telegraphindia.com
  8. ↑ Bijoy Malakar(Independent(IND)):Constituency- Karimganj(ASSAM) - Affidavit Information of Candidate. myneta.info
  9. ↑ Bijoy Malakar Assam Assembly election result 2021. ইণ্ডিয়া টুডে

সম্পৰ্কিত শ্ৰেণী

ৰাজনীতিবিদঅসমৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় মালাকাৰ” প্ৰবন্ধৰ সংশোধন ৬১৮১৮৬ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।