তামুলপুৰ বিধানসভা সমষ্টি) অসম বিধানসভা ৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। তামুলপুৰ কোকৰাঝাৰ লোকসভা সমষ্টি ৰ অন্তৰ্গত।.১২৩
বিধায়ক সকল
| + | |||||
| বৰ্ষ | নাম | দল | ভোট | ভোট % | সীমা |
|---|---|---|---|---|---|
| ২০২১ (উপ-নিৰ্বাচন) | জোলেন দৈমাৰী | ইউ.পি.পি.এল | ৮৬,৬৭৮ | ৫৯,৬২% | ৫৭,০৫৯ |
| ২০২১ | লেহো ৰাম বড়ো৪৫ | ৭৮,৮১৮ | ৪৬.৭৫% | ৩২,১৮৩ | |
| ২০১৬ ৬ | ইমানুয়েল মুছাহাৰী | বি.পি.এফ | ৬৩,০৩১ | ৮৩% | ১৯,৯৪৭ |
| ২০১১ | ৪৪,০১৭ | ৩৬% | ৪,৬০৮ | ||
| ২০০৬ | চণ্ডী বসুমতাৰী | নিৰ্দলীয় | ৩৭,১৩১ | ৩১% | ৩,৩৫০ |
| ২০০১ | বিশ্বজিৎ দৈমাৰী | ৫৬,০১৭ | ৫২% | ১৬,৮৫৪ | |
| ১৯৯৬ | দেৰহাগ্ৰা মুছাহাৰী | ২৭,৭৭০ | ৩১% | ৭,৬৮১ | |
| ১৯৯১ | ১৯,৯২০ | ২৩% | ৭,৮৬৩ | ||
| ১৯৮৫ | ভবেনে নাৰ্জাৰী | ২০,৪০ | ২৯% | ৭,১১২ | |
| ১৯৮৩ | পদ্ম বাহাদুৰ চৌহান | আই.এন.চি | ১২,৫৬৬ | ৪১% | ৫,২৭৩ |
| ১৯৭৮ | জে.এন.পি | ১২,৯৬০ | ২৯% | ২৮৬ |
বাহ্যিক সংযোগ
সকলো অসম বিধানসভা নিৰ্বাচনৰ ফলাফল. eci.gov.in. ভাৰতীয় নিৰ্বাচন আয়োগ
তথ্যসূত্ৰ
- ↑ (26 November 2008). Delimitation of Parliamentary & Assembly Constituencies Order - 2008. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ List of Assembly constituencies showing their Parliamentary constituences wise break-up. www.ceoassam.nic.in
- ↑ Map of Assam showing District-wise assembly and Parliamentary constituencies. www.ceoassam.nic.in
- ↑ Assam General Legislative Election 2021. ভাৰতৰ নিৰ্বাচন আয়োগ
- ↑ Another Assam MLA dies due to Covid-19. One News Page
- ↑ Assam General Legislative Election 2016. ভাৰতৰ নিৰ্বাচন আয়োগ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তামুলপুৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩১২ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।