অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মন্দিয়া বিধানসভা সমষ্টি

মন্দিয়া বিধানসভা কেন্দ্ৰ (ইংৰাজী: Mandia Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো বৰপেটা জিলাত অৱস্থিত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ একটা অংশ।

হালনাগাদ: ১৭ আগষ্ট ২০২৬ ৫৫ শব্দ · ১ মিনিট সংগৃহীত ৮৭
সংশোধনৰ পৰামৰ্শ

মন্দিয়া বিধানসভা কেন্দ্ৰ (ইংৰাজী: Mandia Assembly constituency) উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। এই সমষ্টিটো বৰপেটা জিলাত অৱস্থিত আৰু ই বৰপেটা লোকসভা সমষ্টিৰ একটা অংশ।১ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ ফলাফল অনুসৰি এই সমষ্টিৰ বৰ্তমান বিধায়ক হ’ল সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ শ্বেৰমান আলী আহমেদ।

বিধানসভাৰ সদস্যসকল

তলত মন্দিয়া সমষ্টিৰপৰা নিৰ্বাচিত হোৱা বিধায়কসকলৰ তালিকা উল্লেখ কৰা হ’ল:

বৰ্ষবিধায়কদল
২০২৬শ্বেৰমান আলী আহমেদসৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ

নিৰ্বাচনৰ ফলাফল

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. ভাৰতৰ নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহঅসমৰ বিধানসভা সমষ্টিঅসমৰ ৰাজনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মন্দিয়া বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৪১১ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।