অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

জোনাই বিধানসভা সমষ্টি

জোনাই বিধানসভা সমষ্টি (ইংৰাজী: Jonai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

জোনাই বিধানসভা সমষ্টি (ইংৰাজী: Jonai Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতেও ধেমাজি জিলাৰ অন্তৰ্গত এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো ধেমাজি জিলাৰ অন্তৰ্গত আৰু ই লখিমপুৰ লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো অনুসূচিত জনজাতিৰ (ST) প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচনসদস্যদলৰ সংযোগ
১৯৭৮ধনী ৰাম ৰংপিজনতা পাৰ্টী
১৯৮৩প্ৰেমধৰ পেগুভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫ফুকন পেগুস্বতন্ত্ৰ প্ৰাৰ্থী
১৯৯১ভবেন্দ্ৰ নাথ পেগুঅসম গণ পৰিষদ
১৯৯৬প্ৰদান বৰুৱাস্বতন্ত্ৰ প্ৰাৰ্থী
২০০১প্ৰদান বৰুৱাস্বতন্ত্ৰ প্ৰাৰ্থী
২০০৬ভূৱন পেগুস্বতন্ত্ৰ প্ৰাৰ্থী
২০১১ভূৱন পেগুস্বতন্ত্ৰ প্ৰাৰ্থী
২০১৬প্ৰদান বৰুৱাভাৰতীয় জনতা পাৰ্টী
২০১৬ (উপ-নিৰ্বাচন)ভূৱন পেগুভাৰতীয় জনতা পাৰ্টী
২০২১ভূৱন পেগুভাৰতীয় জনতা পাৰ্টী
২০২৬

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টী (BJP) দলৰ প্ৰাৰ্থী ভূৱন পেগুৱে বিজয় সাব্যস্ত কৰি জোনাই সমষ্টিৰ বিধায়ক হিচাপে একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত হয়। নিৰ্বাচনৰ সবিশেষ তলত উল্লেখ কৰা হ’ল:

২০২১ চনৰ বিধানসভা নিৰ্বাচন

২০২১ চনৰ অসম বিধানসভা নিৰ্বাচনত জোনাই সমষ্টিৰ ফলাফল তলত দিয়া ধৰণৰ আছিল:

২০১৬ চনৰ বিধানসভা নিৰ্বাচন

২০১৬ চনৰ নিৰ্বাচনৰ বিতং ফলাফল তলত উল্লেখ কৰা হ’ল:

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিসমূহঅসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনাই বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৭৫ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।