অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

তৰংগ গগৈ

তৰংগ গগৈ এগৰাকী অসমীয়া ৰাজনীতিবিদ। ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে তেওঁ ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নাহৰকটীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷

হালনাগাদ: ২৬ অক্টোবৰ ২০২৪ ২২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

তৰংগ গগৈ এগৰাকী অসমীয়া ৰাজনীতিবিদ। ১ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক হিচাপে তেওঁ ২০২১ চনৰ অসম বিধানসভাৰ নিৰ্বাচনত নাহৰকটীয়া সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল ৷ ২ ৩ ৪

তথ্যসূত্ৰ

  1. ↑ Taranga Gogoi Election Affidavit. ভাৰতৰ নিৰ্বাচন আয়োগ
  2. ↑ Taranga Gogoi is a BJP candidate Naharkatia. News18
  3. ↑ Naharkatia Assam Assembly election result 2021. ইণ্ডিয়া টুডে
  4. ↑ Assam Assembly Election Candidate Taranga Gogoi. NDTV

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “তৰংগ গগৈ” প্ৰবন্ধৰ সংশোধন ৪৪০৮২৮ (২৬ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।