টীয়ক বিধানসভা সমষ্টি অসম বিধানসভাৰ ১২৬ খন বিধানসভা সমষ্টিৰ এখন। অসম বিধানসভাৰ সমষ্টিসমূহৰ ক্ৰমাংক অনুসৰি ৯৯ হৈছে টীয়ক বিধানসভা সমষ্টিৰ ক্ৰমাংক। টীয়ক যোৰহাট জিলাৰ চাৰিখন বিধানসভা সমষ্টিৰ অন্যতম। ই যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত দহখন বিধানসভা সমষ্টিৰ এখন। যোৰহাট লোকসভা সমষ্টিৰ আন নখন বিধানসভা সমষ্টি হ'ল, যোৰহাট জিলাৰ যোৰহাট, তিতাবৰ, মৰিয়নি, মাজুলী জিলাৰ মাজুলী আৰু শিৱসাগৰ জিলাৰ সোণাৰি, মাহমৰা, ডিমৌ, শিৱসাগৰ আৰু নাজিৰা।
বিধায়কসকল
| নিৰ্বাচন | নাম | দল | |
|---|---|---|---|
| ১৯৫২ | হৰিনাৰায়ণ বৰুৱা | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৫৭ | |||
| ১৯৬২ | তিলক গগৈ | ||
| ১৯৬৭ | |||
| ১৯৭২ | দুলাল চন্দ্ৰ খাউণ্ড | ভাৰতীয় কমিউনিষ্ট পাৰ্টি | |
| ১৯৭৮ | দেৱানন্দ বৰা | জনতা পাৰ্টি | |
| ১৯৮৩ | তিলক গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ১৯৮৫ | ললিত চন্দ্ৰ ৰাজখোৱা | স্বাধীন | |
| ১৯৯১ | ৰেণুপমা ৰাজখোৱা | অসম গণ পৰিষদ | |
| ১৯৯৬ | |||
| ২০০১ | মেম্বৰ গগৈ | ভাৰতীয় জাতীয় কংগ্ৰেছ | |
| ২০০৬ | |||
| ২০১১ | |||
| ২০১৬ | ৰেণুপমা ৰাজখোৱা | অসম গণ পৰিষদ | |
| ২০২১ |
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “টীয়ক বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩৩২৭ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।