অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

বাওখুংৰি বিধানসভা সমষ্টি

বাওখুংৰি বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা উপত্যকা বা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।

হালনাগাদ: ১৭ আগষ্ট ২০২৬ ৮৭ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

বাওখুংৰি বিধানসভা সমষ্টি উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬খন বিধানসভা উপত্যকা বা সমষ্টিৰ ভিতৰত অন্যতম। ২০২৩ চনত অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ জৰিয়তে এই সমষ্টিটো নতুনকৈ গঠন কৰা হৈছিল। ই কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত।১

ভৌগোলিক অৱস্থিতি

বাওখুংৰি বিধানসভা সমষ্টি অসমৰ নামনি অসম সংমণ্ডলৰ কোকৰাঝাৰ জিলাত অৱস্থিত। এই সমষ্টিটো মূলতঃ বড়োলেণ্ড ক্ষেত্ৰীয় পৰিষদ (বিটিচি) এলেকাৰ অন্তৰ্ভুক্ত।

সমষ্টিৰ ইতিহাস

ভাৰতৰ নিৰ্বাচন আয়োগৰ ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ চূড়ান্ত জাননী অনুসৰি ৪ নম্বৰ বাওখুংৰি বিধানসভা সমষ্টিটো গঠন কৰা হয়। ২০২৬ চনত এই সমষ্টিটোত প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়।

বিধানসভাৰ সদস্যসকল

বৰ্ষসদস্যদলমিত্ৰজোঁট
২০২৬ৰূপম চন্দ্ৰ ৰয়বড়োলেণ্ড পিপলছ ফ্ৰণ্টএন.ডি.এ

নিৰ্বাচনী ফলাফল

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. ভাৰতৰ নিৰ্বাচন আয়োগ

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিকোকৰাঝাৰ জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বাওখুংৰি বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬২৮৩৯৩ (১৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।