অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মাজবাট বিধানসভা সমষ্টি

মাজবাট বিধানসভা সমষ্টি (ইংৰাজী: Majbat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।

হালনাগাদ: ২৯ আগষ্ট ২০২৬ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

মাজবাট বিধানসভা সমষ্টি (ইংৰাজী: Majbat Assembly constituency) হৈছে উত্তৰ-পূব ভাৰতৰ অসম ৰাজ্যৰ ১২৬ টা বিধানসভা সমষ্টিৰ ভিতৰত অন্যতম। ১৯৭৮ চনত এই সমষ্টিটো পোনপ্ৰথমবাৰৰ বাবে গঠন কৰা হৈছিল। ২০২৩ চনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াৰ পিছতো এই সমষ্টিটো বাহাল ৰখা হয়।

এই সমষ্টিটো ওদালগুৰি জিলাৰ অন্তৰ্গত আৰু ই দৰং–ওদালগুৰি লোকসভা সমষ্টিৰ এক অংশ হিচাপে চিহ্নিত। সমষ্টিটো কোনো শ্ৰেণীৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত নহয় (অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ)।

বিধানসভাৰ সদস্যসকল

নিৰ্বাচন বৰ্ষবিধায়কৰাজনৈতিক দল
১৯৭৮চিলভিয়াছ কন্দপানজনতা পাৰ্টী
১৯৮৩চিলভিয়াছ কন্দপানভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৮৫চিলভিয়াছ কন্দপানভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯১চিলভিয়াছ কন্দপানভাৰতীয় জাতীয় কংগ্ৰেছ
১৯৯৬চিলভিয়াছ কন্দপানভাৰতীয় জাতীয় কংগ্ৰেছ
২০০১কাৰেন্দ্ৰ বসুমতাৰীস্বতন্ত্ৰ প্ৰাৰ্থী
২০০৬কাৰেন্দ্ৰ বসুমতাৰীবড়োলেণ্ড পিপলছ ফ্ৰণ্ট
২০১১ৰখেশ্বৰ ব্ৰহ্মবড়োলেণ্ড পিপলছ ফ্ৰণ্ট
২০১৬চৰণ বৰোবড়োলেণ্ড পিপলছ ফ্ৰণ্ট
২০২১চৰণ বৰোবড়োলেণ্ড পিপলছ ফ্ৰণ্ট
২০২৬চৰণ বৰোবড়োলেণ্ড পিপলছ ফ্ৰণ্ট

নিৰ্বাচনী ফলাফল

২০২৬ চনৰ বিধানসভা নিৰ্বাচন

২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনত বড়োলেণ্ড পিপলছ ফ্ৰণ্ট দলৰ প্ৰাৰ্থী চৰণ বৰোৱে বিজয় সাব্যস্ত কৰি এই সমষ্টিৰ বিধায়ক হিচাপে পুনৰ নিৰ্বাচিত হয়।

লগতে চাওক

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাজবাট বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬৩৩২৮৭ (২৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।