অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা

অসম বিধানসভাৰ আৰম্ভণি হোৱাৰ সময়ত ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে মুঠ ১০৮টা সমষ্টি আছিল। ১৯৫৭ চনত সমষ্টিৰ সংখ্যা ১০৫ খনলৈ হ্ৰাস কৰা হৈছিল। বিধানসভা সমষ্টিৰ সংখ্যা ১৯৬২ চনত ১১৪খন আৰু ১৯৭২ চনত ১২৬ খনলৈ বৃদ্ধি কৰা হ'ল।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২৬ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

অসম বিধানসভাৰ আৰম্ভণি হোৱাৰ সময়ত ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে মুঠ ১০৮টা সমষ্টি আছিল। ১৯৫৭ চনত সমষ্টিৰ সংখ্যা ১০৫ খনলৈ হ্ৰাস কৰা হৈছিল। বিধানসভা সমষ্টিৰ সংখ্যা ১৯৬২ চনত ১১৪খন আৰু ১৯৭২ চনত ১২৬ খনলৈ বৃদ্ধি কৰা হ'ল। ১৯৭৬ চনৰ পৰা ইয়াৰে ৮টা সমষ্টি অনুসূচীত জাতি প্ৰাৰ্থীৰ আৰু ১৬টা সমষ্টি অনুসূচীত জনজাতি প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।

বৰ্তমান অসম বিধানসভা সমষ্টিসমূহৰ তালিকা

+অসম বিধানসভাৰ বৰ্তমানৰ সমষ্টিসমূহনং#নামসংৰক্ষণ (অনুসূচীত জাতি/অনুসূচীত জনজাতি/নাই)জিলালোকসভা সমষ্টিভোটাৰ (২০২৫)
১গোসাইগাঁওনাইকোকৰাঝাৰকোকৰাঝাৰ
২দতমাঅনুসূচীত জনজাতি
৩কোকৰাঝাৰ
৪বাওখুংৰিনাই
৫পৰ্বতঝৰা
৬গোলকগঞ্জনাইধুবুৰীধুবুৰী
৭গৌৰীপুৰ
৮ধুবুৰী
৯বিৰসিং জৰুৱা
১০বিলাসীপাৰা
১১মানকাচৰদক্ষিণ শালমাৰা-মানকাচৰ
১২জলেশ্বৰগোৱালপাৰা
১৩গোৱালপাৰা পশ্চিমঅনুসূচীত জনজাতিগুৱাহাটী
১৪গোৱালপাৰা পূৱনাইধুবুৰী
১৫দুধনৈঅনুসূচীত জনজাতিগুৱাহাটী
১৬অভয়াপুৰীনাইবঙাইগাঁওবৰপেটা
১৭সৃজনগ্ৰামধুবুৰী
১৮বঙাইগাঁওবৰপেটা
১৯চিদলী-চিৰাংঅনুসূচীত জনজাতিচিৰাংকোকৰাঝাৰ
২০বিজনীনাই
২১ভৱানীপুৰ–সৰভোগবজালীবৰপেটা
২২মান্দিয়াবৰপেটাধুবুৰী
২৩চেঙা
২৪বৰপেটাঅনুসূচীত জাতিবৰপেটা
২৫পকাবেতবাৰীনাই
২৬বজালীবজালী
২৭ছমৰীয়াকামৰূপগুৱাহাটী
২৮বকো–ছয়গাঁওঅনুসূচীত জনজাতি
২৯পলাশবাৰীনাই
৩০হাজো–শুৱালকুচিঅনুসূচীত জাতিবৰপেটা
৩১ৰঙিয়ানাইদৰং–ওদালগুৰি
৩২কমলপুৰ
৩৩দিছপুৰকামৰূপ মহানগৰগুৱাহাটী
৩৪ডিমৰীয়াঅনুসূচীত জাতি
৩৫নিউ গুৱাহাটীনাই
৩৬গুৱাহাটী চেণ্ট্ৰেল
৩৭জালুকবাৰী
৩৮বৰক্ষেত্ৰীনলবাৰীবৰপেটা
৩৯নলবাৰী
৪০টিহু
৪১মানসবাক্সাকোকৰাঝাৰ
৪২বাক্সাঅনুসূচীত জনজাতি
৪৩তামুলপুৰতামুলপুৰদৰং–ওদালগুৰি
৪৪গোৰেশ্বৰনাই
৪৫ভেৰগাঁওওদালগুৰি
৪৬ওদালগুৰিঅনুসূচীত জনজাতি
৪৭মাজবাটনাই
৪৮টংলা
৪৯ছিপঝাৰদৰং
৫০মংগলদৈ
৫১দলগাঁও
৫২জাগীৰোডঅনুসূচীত জাতিমৰিগাঁওনগাঁও
৫৩লাহৰিঘাটনাই
৫৪মৰিগাঁও
৫৫ধিংনগাঁও
৫৬ৰূপহীহাট
৫৭কলিয়াবৰকাজিৰঙা
৫৮চামগুৰিনগাঁও
৫৯বঢ়মপুৰকাজিৰঙা
৬০নগাঁও–বটদ্ৰৱানগাঁও
৬১ৰহাঅনুসূচীত জাতি
৬২বিন্নাকান্দিনাইহোজাইকাজিৰঙা
৬৩হোজাই
৬৪লামডিং
৬৫ঢেকীয়াজুলিশোণিতপুৰশোণিতপুৰ
৬৬বৰছলা
৬৭তেজপুৰ
৬৮ৰঙাপাৰা
৬৯নদুৱাৰ
৭০বিশ্বনাথবিশ্বনাথ
৭১বিহালীঅনুসূচীত জাতি
৭২গহপুৰনাই
৭৩বিহপুৰীয়ালখিমপুৰ
৭৪ৰঙানদীলখিমপুৰ
৭৫নাওবৈচাঅনুসূচীত জাতি
৭৬লখিমপুৰনাই
৭৭ঢকুৱাখানাঅনুসূচীত জনজাতি
৭৮ধেমাজিধেমাজি
৭৯চিচিবৰগাঁওনাই
৮০জোনাইঅনুসূচীত জনজাতি
৮১শদিয়ানাইতিনিচুকীয়া
৮২ডুমডুমা
৮৩মাৰ্ঘেৰিটাডিব্ৰুগড়
৮৪ডিগবৈ
৮৫মাকুম
৮৬তিনিচুকীয়া
৮৭চাবুৱা–লাহোৱালডিব্ৰুগড়
৮৮ডিব্ৰুগড়
৮৯খোৱাং
৯০দুলিয়াজান
৯১টিংখং
৯২নাহৰকটীয়া
৯৩সোণাৰিচৰাইদেউযোৰহাট
৯৪মাহমৰা
৯৫ডিমৌশিৱসাগৰ
৯৬শিৱসাগৰ
৯৭নাজিৰা
৯৮মাজুলীঅনুসূচীত জনজাতিমাজুলী
৯৯টীয়কনাইযোৰহাট
১০০যোৰহাট
১০১মৰিয়নী
১০২তিতাবৰ
১০৩গোলাঘাটগোলাঘাটকাজিৰঙা
১০৪দেৰগাঁও
১০৫বোকাখাত
১০৬খুমটাই
১০৭সৰুপথাৰ
১০৮বোকাজানঅনুসূচীত জনজাতিকাৰ্বি আংলংডিফু
১০৯হাওৰাঘাট
১১০ডিফু
১১১ৰংখাংপশ্চিম কাৰ্বি আংলং
১১২আমৰি
১১৩হাফলংডিমা হাছাও
১১৪লখিপুৰনাইকাছাৰশিলচৰ
১১৫উধৰবন্দ
১১৬কাটিগড়া
১১৭বৰখোলা
১১৮শিলচৰ
১১৯সোণাই
১২০ধলাইঅনুসূচীত জাতি
১২১হাইলাকান্দিনাইহাইলাকান্দিকৰিমগঞ্জ
১২২আলগাপুৰ-কাটলিচেৰা
১২৩কৰিমগঞ্জ উত্তৰশ্ৰীভূমি
১২৪কৰিমগঞ্জ দক্ষিণ
১২৫পাথাৰকান্দি
১২৬ৰাম কৃষ্ণ নগৰঅনুসূচীত জাতি

সমষ্টিসমূহৰ তালিকা (১৯৭৬ চনৰ পৰা)

তলত অসম বিধানসভাৰ সমষ্টি সমূহৰ তালিকাখন দিয়া হ'ল। এই তালিকাখন ১৯৭৬ চনত গ্ৰহণ কৰা তালিকাখনৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা হৈছে:

জিলানামসংৰক্ষিত আসন (অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি/অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি)জিলাভোটাৰৰ সংখ্যা (২০১১)১লোকসভা সমষ্টি
১ৰাতাবাৰীঅনুসূচীত জাতিকৰিমগঞ্জ১৩৮,০২০কৰিমগঞ্জ
২পাথাৰকাণ্ডিনাইকৰিমগঞ্জ১৪২,৯২৩কৰিমগঞ্জ
৩কৰিমগঞ্জ উত্তৰনাইকৰিমগঞ্জ১৫৭,৮৩২কৰিমগঞ্জ
৪কৰিমগঞ্জ দক্ষিণনাইকৰিমগঞ্জ১৪৪,১০৩কৰিমগঞ্জ
৫বদৰপুৰনাইকৰিমগঞ্জ১২৯,৩৬৩কৰিমগঞ্জ
৬হাইলাকান্দিনাইহাইলাকান্দি১৩১,৭৮৬কৰিমগঞ্জ
৭কটলীছেৰানাইহাইলাকান্দি১৪৬,২৬৮কৰিমগঞ্জ
৮আলগাপুৰনাইহাইলাকান্দি১৩১,৬২৪কৰিমগঞ্জ
৯শিলচৰনাইকাছাৰ১৯৫,৫২৭শিলচৰ
১০সোণাইনাইকাছাৰ১৩৭,৩৬৬শিলচৰ
১১ধলাইঅনুসূচীত জাতিকাছাৰ১৩৯,৬৬৬শিলচৰ
১২উধাৰব্ণ্ডনাইকাছাৰ১২৭,২১৯শিলচৰ
১৩লখিপুৰনাইকাছাৰ১২৭,৩৫০শিলচৰ
১৪বাৰখোলানাইকাছাৰ১১৩,২৩২শিলচৰ
১৫কাতিগৰানাইকাছাৰ১৩৭,৪২২শিলচৰ
১৬হাফলঙঅনুসূচীত জনজাতিডিমা হাচাও১৩০,৩৯০স্বায়ত্ত্বশাসিত জিলা
১৭বোকাজানঅনুসূচীত জনজাতিকাৰ্বি আংলং১৩১,৭৫৪স্বায়ত্ত্বশাসিত জিলা
১৮হাওৰাঘাটঅনুসূচীত জনজাতিকাৰ্বি আংলং১০৮,২৪৬স্বায়ত্ত্বশাসিত জিলা
১৯ডিফুঅনুসূচীত জনজাতিকাৰ্বি আংলং১৬৫,৪২৪স্বায়ত্ত্বশাসিত জিলা
২০বৈঠালাংছ'অনুসূচীত জনজাতিকাৰ্বি আংলং১৭৪,৪০৫স্বায়ত্ত্বশাসিত জিলা
২১মানকাচৰনাইদক্ষিণ শালমৰা-মানকাচৰ১৫৫,১৭৮ধুবুৰী
২২শালমৰা দক্ষিণনাইদক্ষিণ শালমৰা-মানকাচৰ১৪১,৯১৫ধুবুৰী
২৩ধুবুৰীনাইধুবুৰী১৫৩,৩৮০ধুবুৰী
২৪গৌৰীপুৰনাইধুবুৰী১৫৬,৫৫৯ধুবুৰী
২৫গোলকগঞ্জনাইধুবুৰী১৫৫,৮০১ধুবুৰী
২৬বিলাসীপাৰা পশ্চিমনাইধুবুৰী১২৮,৩৩০ধুবুৰী
২৭বিলাসীপাৰা পূবনাইধুবুৰী১৬৪,২৩৮ধুবুৰী
২৮গোসাইগাঁওনাইকোকৰাঝাৰ১৫৯,৯০৬কোকৰাঝাৰ
২৯কোকৰাঝাৰ পশ্চিমঅনুসূচীত জনজাতিকোকৰাঝাৰ১৪৬,৯৬৮কোকৰাঝাৰ
৩০কোকৰাঝাৰ পূবঅনুসূচীত জনজাতিকোকৰাঝাৰ১৪৭,৫০০কোকৰাঝাৰ
৩১ছিদলীঅনুসূচীত জনজাতিচিৰাং১৬০,৯২৪কোকৰাঝাৰ
৩২বঙাইগাঁওনাইবঙাইগাঁও১৪৪,৪৮৪বৰপেটা
৩৩বিজনীনাইচিৰাং১১১,৬৬৮কোকৰাঝাৰ
৩৪অভয়াপুৰী উত্তৰনাইবঙাইগাঁও১২৫,৩০৪বৰপেটা
৩৫অভয়াপুৰী দক্ষিণঅনুসূচীত জাতিবঙাইগাঁও১৪৫,৯২৫বৰপেটা
৩৬দুধনৈঅনুসূচীত জনজাতিগোৱালপাৰা১৫১,৮৮৪গুৱাহাটী
৩৭গোৱালপাৰা পূবনাইগোৱালপাৰা১৬১,৭১৭ধুবুৰী
৩৮গোৱালপাৰা পশ্চিমনাইগোৱালপাৰা১২৭,০০৫ধুবুৰী
৩৯জলেশ্বৰনাইগোৱালপাৰা১১৯,২৮৮ধুবুৰী
৪০সৰভোগনাইবৰপেটা১৬০,১৮৬কোকৰাঝাৰ
৪১ভৱানীপুৰনাইবৰপেটা১১৭,৩৯৬কোকৰাঝাৰ
৪২পাটছাৰকুছিনাইবৰপেটা১২৪,৯৯৩বৰপেটা
৪৩বৰপেটানাইবৰপেটা১৫৪,৩৪৩বৰপেটা
৪৪জনীয়ানাইবৰপেটা১৩৬,৯৩৯বৰপেটা
৪৫বাঘবৰনাইবৰপেটা১০৮,০৭৬বৰপেটা
৪৬সৰুক্ষেত্ৰীনাইবৰপেটা১৪৯,৫৪৭বৰপেটা
৪৭চেঙানাইবৰপেটা১০৫,৪৮২বৰপেটা
৪৮বকোঅনুসূচীত জাতিকামৰূপ১৭০,৩৩৪গুৱাহাটী
৪৯ছয়গাঁওনাইকামৰূপ১৪০,১৩৭গুৱাহাটী
৫০পলাশবাৰীনাইকামৰূপ১৩০,৪৫৩গুৱাহাটী
৫১জালুকবাৰীনাইকামৰূপ মহানগৰ১৬৭,৫৯৭গুৱাহাটী
৫২দিছপুৰনাইকামৰূপ মহানগৰ৩১৮,২৮২গুৱাহাটী
৫৩গুৱাহাটী পূবনাইকামৰূপ মহানগৰ২২৬,৭৫১গুৱাহাটী
৫৪গুৱাহাটী পশ্চিমনাইকামৰূপ মহানগৰ২৩৯,১১৭গুৱাহাটী
৫৫হাজোনাইকামৰূপ১৩৮,১৪১গুৱাহাটী
৫৬কমলপুৰনাইকামৰূপ১৪৪,০৬৪মংগলদৈ
৫৭ৰঙিয়ানাইকামৰূপ১৫৬,২৭০মংগলদৈ
৫৮তামোলপুৰনাইবাক্সা১৫৮,৫৩৪কোকৰাঝাৰ
৫৯নলবাৰীনাইনলবাৰী১৫৮,৫২৭মংগলদৈ
৬০বৰক্ষেত্ৰীনাইনলবাৰী১৫৩,২৪৪গুৱাহাটী
৬১ধৰ্মপুৰনাইনলবাৰী১২৭,০০৫বৰপেটা
৬২বৰমাঅনুসূচীত জনজাতিবাক্সা১৩৩,৬৪৩কোকৰাঝাৰ
৬৩চাপাগুৰিঅনুসূচীত জনজাতিবাক্সা১২৯,৩০২কোকৰাঝাৰ
৬৪পানেৰীনাইওদালগুৰি১২৫,২১০মংগলদৈ
৬৫কলাইগাঁওনাইদৰং১৪২,৮৬৩মংগলদৈ
৬৬ছিপাঝাৰনাইদৰং১৪৯,৬১০মংগলদৈ
৬৭মংগলদৈঅনুসূচীত জাতিদৰং১৮৬,৭৮৯মংগলদৈ
৬৮দলগাঁওনাইদৰং১৬৫,৮০৩মংগলদৈ
৬৯ওদালগুৰিঅনুসূচীত জনজাতিওদালগুৰি১২৭,৯০৬মংগলদৈ
৭০মাজবাটনাইওদালগুৰি১১৯,৬২৮মংগলদৈ
৭১ঢেকীয়াজুলিনাইশোণিতপুৰ১৬৬,৬০০তেজপুৰ
৭২বৰচলানাইশোণিতপুৰ১৩২,১২১তেজপুৰ
৭৩তেজপুৰনাইশোণিতপুৰ১৫১,৯১৩তেজপুৰ
৭৪ৰঙাপাৰানাইশোণিতপুৰ১৩৩,৬৫৬তেজপুৰ
৭৫চতিয়ানাইশোণিতপুৰ১৫০,৩৫৪তেজপুৰ
৭৬বিশ্বনাথনাইবিশ্বনাথ১৩১,০৫৮তেজপুৰ
৭৭বিহালীনাইবিশ্বনাথ১০০,০৭২তেজপুৰ
৭৮গহপুৰনাইবিশ্বনাথ১৬০,১৮৭তেজপুৰ
৭৯জাগীৰোডঅনুসূচীত জাতিমৰিগাঁও১৭৮,১৪৮নগাঁও
৮০মৰিগাঁওনাইমৰিগাঁও১৫০,৮৫৬নগাঁও
৮১লাহৰীঘাটনাইমৰিগাঁও১৩৭,৭৩০নগাঁও
৮২ৰহাঅনুসূচীত জাতিনগাঁও১৭১,৭০৭নগাঁও
৮৩ধিংনাইনগাঁও১৫৭,৩২৭কলিয়াবৰ
৮৪বটদ্ৰৱানাইনগাঁও১৩০,৮৮৩কলিয়াবৰ
৮৫ৰূপহীহাটনাইনগাঁও১৪৩,০৭১কলিয়াবৰ
৮৬নগাঁওনাইনগাঁও১৫৮,৫৫০নগাঁও
৮৭বঢ়মপুৰনাইনগাঁও১৪৯,৫৬৪নগাঁও
৮৮চামগুৰিনাইনগাঁও১২৮,৬৫৯কলিয়াবৰ
৮৯কলিয়াবৰনাইনগাঁও১১৩,৭৭১কলিয়াবৰ
৯০যমুনামুখনাইহোজাই১৫৫,৯৭৭নগাঁও
৯১হোজাইনাইহোজাই২০৪,০৭৪নগাঁও
৯২লামডিংনাইহোজাই১৭২,৬৫০নগাঁও
৯৩বোকাখাটনাইগোলাঘাট১১৮,৭৮৪কলিয়াবৰ
৯৪সৰুপথাৰনাইগোলাঘাট১৯৮,৪৭০কলিয়াবৰ
৯৫গোলাঘাটনাইগোলাঘাট১৬১,৮১৭কলিয়াবৰ
৯৬খুমটাইনাইগোলাঘাট১১২,৪৮৬কলিয়াবৰ
৯৭ডেৰগাঁওঅনুসূচীত জাতিযোৰহাট১৩৬,৫৭০কলিয়াবৰ
৯৮যোৰহাটনাইযোৰহাট১৫৩,৫১৭যোৰহাট
৯৯মাজুলীঅনুসূচীত জনজাতিমাজুলী১০৭,৮৩৭লখিমপুৰ
১০০তিতাবৰনাইযোৰহাট১২৩,৫২৯যোৰহাট
১০১মৰিয়নিনাইযোৰহাট১০৪,২৮৩যোৰহাট
১০২টিয়ক]]নাইযোৰহাট১১৩,২০৩যোৰহাট
১০৩আমগুৰিনাইশিৱসাগৰ১০৯,৭২৩যোৰহাট
১০৪নাজিৰানাইশিৱসাগৰ১১২,৮১০যোৰহাট
১০৫মাহমৰানাইশিৱসাগৰ১১৪,৯৯৫যোৰহাট
১০৬সোণাৰিনাইচৰাইদেউ১৪৬,৭০০যোৰহাট
১০৭থাওঁৰানাইশিৱসাগৰ৯৪,৮৩৩যোৰহাট
১০৮শিৱসাগৰনাইশিৱসাগৰ১৩৫,৪৭৮যোৰহাট
১০৯বিহপুৰীয়ানাইলখিমপুৰ১২০,৯১৪তেজপুৰ
১১০নাওবৈচানাইলখিমপুৰ১৫৫,৯৭৩লখিমপুৰ
১১১লখিমপুৰনাইলখিমপুৰ১৪১,৩৬৩লখিমপুৰ
১১২ঢকুৱাখানাঅনুসূচীত জনজাতিলখিমপুৰ১৫৪,৬২২লখিমপুৰ
১১৩ধেমাজীঅনুসূচীত জনজাতিধেমাজী১৮৬,২৮১লখিমপুৰ
১১৪জোনাইঅনুসূচীত জনজাতিধেমাজী২৩২,৬৬৯লখিমপুৰ
১১৫মৰাণনাইডিব্ৰুগড়১১৫,৩০৭ডিব্ৰুগড়
১১৬ডিব্ৰুগড়নাইডিব্ৰুগড়১২৪,৮৭৪ডিব্ৰুগড়
১১৭লাহোৱালনাইডিব্ৰুগড়১১৮,১৩৫ডিব্ৰুগড়
১১৮দুলিয়াজাননাইডিব্ৰুগড়১৩৬,৭৫৯ডিব্ৰুগড়
১১৯টিংখংনাইডিব্ৰুগড়১১৫,৮৭৩ডিব্ৰুগড়
১২০নাহৰকটীয়ানাইডিব্ৰুগড়১১৭,১১৬ডিব্ৰুগড়
১২১চাবুৱানাইডিব্ৰুগড়১৩২,৯৭৬লখিমপুৰ
১২২তিনিচুকীয়ানাইতিনিচুকীয়া১৪১,০২৩ডিব্ৰুগড়
১২৩ডিগবৈনাইতিনিচুকীয়া১১২,৬৩৭ডিব্ৰুগড়
১২৪মাৰ্ঘেৰিটানাইতিনিচুকীয়া১৫৮,৮২১ডিব্ৰুগড়
১২৫ডুমডুমানাইতিনিচুকীয়া১২০,৩৭৫লখিমপুৰ
১২৬শদিয়ানাইতিনিচুকীয়া১৪২,৩৭৬লখিমপুৰ

তথ্য সংগ্ৰহ

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ General Election to Assam Legislative Assembly, 2011 - Male, Female wise breakup of General Elector, Service Elector & Polling Stations in each Assembly Constituency. Chief Electoral Officer, Assam website

সম্পৰ্কিত শ্ৰেণী

অসমৰ ৰাজনীতিঅসম চৰকাৰআইনসভাঅসম সম্পৰ্কীয় তালিকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৩৫৭১৮ (১৫ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।