অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নগাঁও (লোকসভা সমষ্টি)

নগাঁও লোকসভা সমষ্টি (Nowgong Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

হালনাগাদ: ৫ জুন ২০২৪ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

নগাঁও লোকসভা সমষ্টি (Nowgong Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

নগাঁও লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে১:

  • জাগীৰোড বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • মৰিগাঁও বিধানসভা সমষ্টি
  • লাহৰীঘাট বিধানসভা সমষ্টি
  • ৰহা বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
  • নগাঁও বিধানসভা সমষ্টি
  • বঢ়মপুৰ বিধানসভা সমষ্টি
  • যমুনামুখ বিধানসভা সমষ্টি
  • হোজাই বিধানসভা সমষ্টি
  • লামডিং বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১১৯৫১দেৱ কান্ত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
২১৯৫৭লীলাধৰ কটকীভাৰতীয় জাতীয় কংগ্ৰেছ
৩১৯৬২লীলাধৰ কটকীভাৰতীয় জাতীয় কংগ্ৰেছ
৪১৯৬৭লীলাধৰ কটকীভাৰতীয় জাতীয় কংগ্ৰেছ
৫১৯৭১লীলাধৰ কটকীভাৰতীয় জাতীয় কংগ্ৰেছ
৬১৯৭৭দেৱ কান্ত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৭১৯৮৫মুহি ৰাম শইকীয়াঅসম গণ পৰিষদ
৮১৯৯১মুহি ৰাম শইকীয়াঅসম গণ পৰিষদ
৯১৯৯৬মুহি ৰাম শইকীয়াঅসম গণ পৰিষদ
১০১৯৯৮নৃপেন গোস্বামীভাৰতীয় জাতীয় কংগ্ৰেছ
১১১৯৯৯ৰাজেন গোঁহাইভাৰতীয় জনতা পাৰ্টী
১২২০০৪ৰাজেন গোঁহাইভাৰতীয় জনতা পাৰ্টী
১৩২০০৯ৰাজেন গোঁহাইভাৰতীয় জনতা পাৰ্টী
১৪২০১৪ৰাজেন গোঁহাইভাৰতীয় জনতা পাৰ্টী
১৫২০১৯প্ৰদ্যুৎ বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ
১৬২০২৪প্ৰদ্যুৎ বৰদলৈভাৰতীয় জাতীয় কংগ্ৰেছ

২

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
  2. ↑ (05-06-2024). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2024. ELECTION COMMISSION OF INDIA

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টিনগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নগাঁও (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৪২২২৭০ (৫ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।