অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি

অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল। অভয়াপুৰী দক্ষিণ (সমষ্টি নম্বৰ ৩৫) বঙাইগাঁও জিলাত অৱস্থিত ৩টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল। এই সমষ্টিটো অনুসূচিত জাতিৰ বাবে সংৰক্ষিত আছিল।

হালনাগাদ: ৬ মে’ ২০২৬ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৯০
সংশোধনৰ পৰামৰ্শ

অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ অসম বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল।১২

অভয়াপুৰী দক্ষিণ (সমষ্টি নম্বৰ ৩৫) বঙাইগাঁও জিলাত অৱস্থিত ৩টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল।৩ এই সমষ্টিটো অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ বাবে সংৰক্ষিত আছিল।

এই সমষ্টিটো ২০২৩ চনত বিলুপ্ত কৰা হয়।৪

অভয়াপুৰী দক্ষিণ সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল৫। এই লোকসভা সমষ্টিৰ অন্তৰ্গত আন বিধানসভা সমষ্টিসমূহ হ’ল— এই জিলাত বঙাইগাঁও আৰু অভয়াপুৰী উত্তৰ, বৰপেটা জিলাত পাটাছাৰকুচি, বৰপেটা, জানিয়া, বাঘবৰ, চৰুখেত্ৰী আৰু চেঙা আৰু নলবাৰী জিলাত ধৰ্মপুৰ।

নগৰ/অঞ্চলৰ বিৱৰণ

তলত অভয়াপুৰী দক্ষিণ সমষ্টিৰ কিছুমান বিৱৰণ দিয়া হ’ল:৫

  • দেশ: ভাৰত
  • ৰাজ্য: অসম
  • জিলা: বঙাইগাঁও
  • লোকসভা সমষ্টি: বৰপেটা
  • বিধানসভা শ্ৰেণীবিভাগ: গ্ৰাম্য
  • সাক্ষৰতা হাৰ: ৬৯.৭৪%
  • ২০২১ চনৰ সাধাৰণ নিৰ্বাচন অনুসৰি যোগ্য ভোটাৰ: ২,০৬,৮৪৩
    • পুৰুষ ভোটাৰ: ৯১,২১১
    • মহিলা ভোটাৰ: ৮৩,৬৫২
  • ভৌগোলিক স্থানাংক: ২৬°১৭′৩৬.২″ উত্তৰ, ৯০°৩৪′৩৬.১″ পূৰ্ব
  • মুঠ এলেকা: ৪৩৫ বৰ্গ কিলোমিটাৰ
  • অন্তৰ্ভুক্ত অঞ্চল: অসম ৰাজ্যৰ বঙাইগাঁও জিলাৰ গোলপাৰা উপ-বিভাগৰ অন্তৰ্গত অভয়াপুৰী থানা (সংযোজনীৰ দফা (১৫)ত উল্লিখিত গাঁওসমূহ বাদ দি)
  • আন্তঃৰাজ্য সীমা: বঙাইগাঁও
  • ভোটগ্ৰহণ কেন্দ্ৰৰ সংখ্যা:
    • ২০১১: ২০৬
    • ২০১৬: ২৪০
    • ২০২১: ৩৫

বিধানসভাৰ সদস্যসকল

বছৰসদস্যদল
২০২১প্ৰদীপ সৰকাৰ

নিৰ্বাচনী ফলাফল

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ List of Assembly constituencies showing their Parliamentary constituences wise break-up. www.ceoassam.nic.in
  2. ↑ Map of Assam showing District-wise assembly and Parliamentary constituencies. www.ceoassam.nic.in
  3. ↑ (26 November 2008). Delimitation of Parliamentary & Assembly Constituencies Order - 2008. ভাৰতৰ নিৰ্বাচন আয়োগ
  4. ↑ www.eci.gov.in/Documents/Delimitation/DELIMITATI
  5. ↑ (2 May 2021). Abhayapuri South Election Result 2021 Live Updates: Abdul Batin Khandakar of INC Wins. news18.com
  6. ↑ (25 February 2021). Assam Assembly election 2021, Abhayapuri South profile. firstpost.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিঅসমৰ ৰাজনীতিবঙাইগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬০৪৮০৭ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।