অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মঙ্গলদৈ (লোকসভা সমষ্টি)

মঙ্গলদৈ লোকসভা সমষ্টি (Mangaldoi Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

হালনাগাদ: ৬ জুন ২০২৪ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মঙ্গলদৈ লোকসভা সমষ্টি (Mangaldoi Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

মঙ্গলদৈ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে ১:

  • কমলপুৰ বিধানসভা সমষ্টি
  • ৰঙিয়া বিধানসভা সমষ্টি
  • নলবাৰী বিধানসভা সমষ্টি
  • পানেৰী বিধানসভা সমষ্টি
  • কলাইগাঁও বিধানসভা সমষ্টি
  • ছিপাঝাৰ বিধানসভা সমষ্টি
  • মঙ্গলদৈ বিধানসভা সমষ্টি
  • দলগাঁও বিধানসভা সমষ্টি
  • ওদালগুৰি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত)
  • মাজবাট বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১১৯৬৭হেম বৰুৱাপ্ৰজা ছ'চিয়েলিষ্ট পাৰ্টী
২১৯৭১ধৰণীধৰ দাসভাৰতীয় জাতীয় কংগ্ৰেছ
৩১৯৭৭হীৰালাল পাটোৱাৰীজনতা দল
৪১৯৮৫ছৈফুদ্দিন আহমেদঅসম গণ পৰিষদ
৫১৯৯১প্ৰবীণ ডেকাভাৰতীয় জাতীয় কংগ্ৰেছ
৬১৯৯৬বিৰেন্দ্ৰ প্ৰসাদ বৈশ্যঅসম গণ পৰিষদ
৭১৯৯৮মাধৱ ৰাজবংশীভাৰতীয় জাতীয় কংগ্ৰেছ
৮১৯৯৯মাধৱ ৰাজবংশীভাৰতীয় জাতীয় কংগ্ৰেছ
৯২০০৪নাৰায়ণ চন্দ্ৰ বৰকটকীভাৰতীয় জনতা পাৰ্টী
১০২০০৯ৰমেন ডেকাভাৰতীয় জনতা পাৰ্টী
১১২০১৪ৰমেন ডেকা২ভাৰতীয় জনতা পাৰ্টী

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
  2. ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টিদৰং জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মঙ্গলদৈ (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৪২২৩৮৩ (৬ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।