আইনসভা
১০ প্ৰবন্ধ
-
অসম বিধানসভা
অসম বিধানসভা অসম ৰাজ্যৰ আইন নিৰ্মাণকাৰী এককক্ষীয় জনপ্ৰতিনিধি সভা, যাৰ সদস্যসংখ্যা ১২৬। ইয়াৰ বিকাশ উপনিবেশিক কালৰ দ্বিকক্ষীয় বিধানমণ্ডলৰ পৰা স্বাধীনতা-উত্তৰ একসদনীয় ব্যবস্থালৈ ৰূপান্তৰৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।
-
লোকসভা
লোকসভা হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন বা নিম্নকক্ষ। লোকসভাৰ সদস্যসকলক ভাৰতীয় ভোটাৰে পোনপটিয়াভাবে নিৰ্বাচিত কৰে। ভাৰতীয় সংবিধান অনুসৰি লোকসভাত সৰ্বাধিক ৫৫২জন সদস্য থাকিব পাৰে।
-
ৰাজ্যসভা
ৰাজ্যসভা হৈছে ভাৰতীয় সংসদৰ উচ্চ সদন। ভাৰতৰ উপ-ৰাষ্ট্ৰপতি হৈছে ৰাজ্যসভাৰ সভাপতি, সদস্যসকলৰ মাজৰ পৰা এজন উপ-সভাপতি নিৰ্বাচিত কৰা হয়, তেওঁৰ তত্ত্বাবধানত সদনৰ দৈনন্দিন কাম-কাজ চলে।
-
অসম বিধানসভাৰ সমষ্টিসমূহৰ তালিকা
অসম বিধানসভাৰ আৰম্ভণি হোৱাৰ সময়ত ১৯৩৭ চনৰ ৭ এপ্ৰিল তাৰিখে মুঠ ১০৮টা সমষ্টি আছিল। ১৯৫৭ চনত সমষ্টিৰ সংখ্যা ১০৫ খনলৈ হ্ৰাস কৰা হৈছিল। বিধানসভা সমষ্টিৰ সংখ্যা ১৯৬২ চনত ১১৪খন আৰু ১৯৭২ চনত ১২৬ খনলৈ বৃদ্ধি কৰা হ'ল।
-
অসম বিধান পৰিষদ
অসম বিধান পৰিষদ ১৯১৩ চনৰ পৰা ১৯৩৫ চনলৈ ভাৰতৰ অসম আৰু তাৰ পিছত ১৯৩৫ চনৰ পৰা ১৯৪৭ চনলৈ দ্বিকক্ষীয় আইনসভাৰ উচ্চ সদন আছিল। ইয়াৰ পিছত ভাৰত (প্ৰাদেশিক বিধানসভা) আদেশ, ১৯৪৭ আৰু অসম বিধানসভাৰ দ্বাৰা ভংগ হোৱাৰ পিছত ই এককভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে।
-
অষ্টাদশ লোকসভা
অষ্টাদশ লোকসভা (১৮শ লোকসভা) হৈছে ভাৰতীয় সংসদৰ নিম্ন সদন লোকসভাৰ বৰ্তমানৰ কাৰ্যকাল। ২০২৪ চনৰ ১৯ এপ্ৰিলৰ পৰা ১ জুনলৈকে সাতটা পৰ্যায়ত অনুষ্ঠিত হোৱা ভাৰতৰ সাধাৰণ নিৰ্বাচনৰ পিছত এই লোকসভা গঠন কৰা হয়। নিৰ্বাচনৰ ফলাফল ২০২৪ চনৰ ৪ জুনত ঘোষণা কৰা হৈছিল।
-
নেচনেল ডায়েট
নেচনেল ডায়েট (; জাপানীজ: 国会; হেপবাৰ্ণ: কোক্কাই) হৈছে জাপানৰ ৰাষ্ট্ৰীয় আইনসভা। জাপানৰ আইনসভা নিম্ন সদন হাউচ অফ ৰিপ্ৰেজেণ্টেটিভচ (衆議院, Shūgiin) আৰু উচ্চ সদন, হাউচ অফ কাউঞ্চিল(参議院, চাংগিন) লৈ গঠিত। সমান্তৰাল ভোটদান প্ৰণালীৰ অধীনত দুয়োখন সদন পোনপটীয়াকৈ নিৰ্বাচিত হয়।
-
পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্নসমূহ
পাকিস্তানৰ ৰাষ্ট্ৰীয় প্ৰতীকচিহ্ন পাকিস্তানত কেইবাটাও চৰকাৰী ৰাষ্ট্ৰীয় প্ৰতীক আছে, যাৰ ভিতৰত আছে এখন পতাকা, এটা প্ৰতীক, এটা ৰাষ্ট্ৰীয় সংগীত, এটা স্মাৰক টাৱাৰ আৰু লগতে কেইবাজনো ৰাষ্ট্ৰীয় নায়ক।
-
বাংলাদেশ নেচনেল উইমেন ল’ এছোচিয়েচন
বাংলাদেশ নেচনেল উইমেন ল’ এছ’চিয়েচন বাংলাদেশৰ ঢাকাত অৱস্থিত এটা উকীল সংস্থা। এই সংস্থা ১৯৭৯ চনত প্ৰতিষ্ঠা কৰা হয়। ইয়াৰ মূল লক্ষ্য হৈছে "দেশৰ প্ৰতিগৰাকী মহিলা আৰু শিশুৰ বাবে সম সুযোগ আৰু সম অধিকাৰ সৃষ্টি কৰা।"
-
শ্ৰীলংকাৰ সংসদ
শ্ৰীলংকা গণতান্ত্ৰিক সমাজতান্ত্ৰিক গণৰাজ্যৰ সংসদ (Parliament of the Democratic Socialist Republic of Sri Lanka; (সিংহলা: ශ් රී ලංකා පාර්ලිමේන්තුව Śrī Laṇkā Pārlimentuvā, তামিল: இலங்கை நாடாளுமன்றம் Ilaṅkai nāṭāḷumaṉṟam) হৈছে শ্ৰীলংকাৰ সৰ্বোচ্চ আইনী সংস্থা।