অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

দৰং–ওদালগুৰি (লোকসভা সমষ্টি)

দৰং–ওদালগুৰি লোকসভা সমষ্টি (ইংৰাজী: Darrang–Udalguri Lok Sabha constituency) অসমৰ নৱ গঠিত এটা লোকসভা সমষ্টি। ই অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা। ২০২৩ চনৰ ১১ আগষ্টত ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত আদেশ প্ৰকাশ কৰে আৰু এই সমষ্টিটো গঠন কৰে।

হালনাগাদ: ১৮ নৱেম্বৰ ২০২৪ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

দৰং–ওদালগুৰি লোকসভা সমষ্টি (ইংৰাজী: Darrang–Udalguri Lok Sabha constituency) অসমৰ নৱ গঠিত এটা লোকসভা সমষ্টি। ই অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।১২৩৪৫৬ ২০২৩ চনৰ ১১ আগষ্টত ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সংসদীয় আৰু বিধানসভা সমষ্টিৰ সীমা নিৰ্ধাৰণৰ চূড়ান্ত আদেশ প্ৰকাশ কৰে আৰু এই সমষ্টিটো গঠন কৰে।৭৮

বিধানসভাৰ সমষ্টিসমূহ

দৰং–ওদালগুৰি লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে:৯১০

#সমষ্টিজিলাদলবিধান সভাৰ সদস্য
৩১ৰঙিয়া বিধানসভা সমষ্টিকামৰূপভাৰতীয় জনতা পাৰ্টী
৩২কমলপুৰ বিধানসভা সমষ্টিভাৰতীয় জনতা পাৰ্টী
৪৩তামোলপুৰ বিধানসভা সমষ্টি (ST)বাক্সাইউপিপিএল
৪৪গোৰেশ্বৰ বিধানসভা সমষ্টি
৪৫ভেৰগাঁও বিধানসভা সমষ্টিওদালগুৰি
৪৬ওদালগুৰি বিধানসভা সমষ্টি (ST)
৪৭মাজবাট বিধানসভা সমষ্টিভাৰতীয় জনতা পাৰ্টী
৪৮টংলা বিধানসভা সমষ্টি
৪৯ছিপাঝাৰ বিধানসভা সমষ্টিদৰংভাৰতীয় জনতা পাৰ্টী
৫০মঙ্গলদৈ বিধানসভা সমষ্টিভাৰতীয় জনতা পাৰ্টী
৫১দলগাঁও বিধানসভা সমষ্টিএজিপি

লোকসভাৰ সদস্য

নিৰ্বাচননামদল
২০২৪দিলিপ শইকীয়াভাৰতীয় জনতা পাৰ্টী

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary and Assembly Constituencies in State of Assam – Final Notification – regarding.. eci.gov.in
  2. ↑ Karmakar, Rahul. (11 August 2023). Election Commission sticks to Assam delimitation draft, renames some seats in final order. The Hindu
  3. ↑ Scroll Staff. (12 August 2023). Assam delimitation: EC increases seats reserved for SCs, STs in final report. Scroll.in
  4. ↑ ECI publishes final delimitation order for Assembly & Parliamentary Constituencies of State of Assam, after extensive consultations with stakeholders. pib.gov.in
  5. ↑ (11 August 2023). Assam delimitation: ECI publishes final draft, 19 assembly constituencies, 1 parliamentary constituency renamed. India Today NE
  6. ↑ Final Delimitation Order Published By ECI. www.guwahatiplus.com
  7. ↑ The Hindu. (11 August 2023). Election Commission sticks to Assam delimitation draft, renames some seats in final order
  8. ↑ India Today NE. (11 August 2023). Assam delimitation: ECI publishes final draft, 19 assembly constituencies, 1 parliamentary constituency renamed
  9. ↑ Election Commission of India. (2023). ECI Delimitation Draft dated 20 June 2023
  10. ↑ Bodoland News. (22 June 2023). New Draft Lok Sabha Constituency In Assam

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দৰং–ওদালগুৰি (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৪৪৬০১২ (১৮ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।