কাজিৰঙা লোকসভা সমষ্টি (ইংৰাজী: Kaziranga Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰৰ এটা লোক সভা সমষ্টি।১২৩৪৫৬
বিধানসভাৰ সমষ্টিসমূহ
কাজিৰঙা লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে:৭
| সমষ্টি নং | নাম | সংৰক্ষণ (SC/ST/নাই) | জিলা | বিধান সভাৰ সদস্য | দল |
|---|---|---|---|---|---|
| ৫৭ | কলিয়াবৰ | নাই | নগাঁও | ||
| ৫৯ | বৰহমপুৰ | ||||
| ৬২ | বিন্নাকান্দি | ||||
| ৬৩ | হোজাই | ||||
| ৬৪ | লামডিং | ||||
| ১০৩ | গোলাঘাট | গোলাঘাট | |||
| ১০৪ | দেৰগাঁও | ||||
| ১০৫ | বোকাখাত | ||||
| ১০৬ | খুমটাই | ||||
| ১০৭ | সৰুপথাৰ |
লোকসভাৰ সদস্য
| নিৰ্বাচন | নাম | দল | |
|---|---|---|---|
| ২০২৪ | কামাখ্যা প্ৰসাদ তাছা | বিজেপি |
নিৰ্বাচনৰ ফলাফল
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Delimitation of Parliamentary and Assembly Constituencies in State of Assam – Final Notification – regarding.. eci.gov.in
- ↑ Karmakar, Rahul. (11 August 2023). Election Commission sticks to Assam delimitation draft, renames some seats in final order. The Hindu
- ↑ Scroll Staff. (12 August 2023). Assam delimitation: EC increases seats reserved for SCs, STs in final report. Scroll.in
- ↑ ECI publishes final delimitation order for Assembly & Parliamentary Constituencies of State of Assam, after extensive consultations with stakeholders. pib.gov.in
- ↑ (11 August 2023). Assam delimitation: ECI publishes final draft, 19 assembly constituencies, 1 parliamentary constituency renamed. India Today NE
- ↑ Final Delimitation Order Published By ECI. www.guwahatiplus.com
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাজিৰঙা (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৪৫৪৮০৯ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।