গুৱাহাটী লোকসভা সমষ্টি (Gauhati Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
গুৱাহাটী লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে১:
বৰ্তমানৰ সমষ্টিসমূহ:
- পশ্চিম গোৱালপাৰা বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- দুধনৈ বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- চমৰীয়া বিধানসভা সমষ্টি
- বকো-ছয়গাঁও বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
- ডিমৰীয়া বিধানসভা সমষ্টি (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)
- পলাশবাৰী বিধানসভা সমষ্টি
- জালুকবাৰী বিধানসভা সমষ্টি
- দিশপুৰ বিধানসভা সমষ্টি
- গুৱাহাটী (নতুন) বিধানসভা সমষ্টি
- গুৱাহাটী (মধ্য) বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৫১ | ৰোহিনী কুমাৰ চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৫৬ | ডি. এন. শৰ্মা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৫৭ | হেম বৰুৱা | প্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী |
| ৪ | ১৯৬২ | হেম বৰুৱা | প্ৰজা ছ’চেয়িলিষ্ট পাৰ্টী |
| ৫ | ১৯৬৭ | ডি কলিতা | কমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া |
| ৬ | ১৯৭১ | দীনেশ চন্দ্ৰ গোস্বামী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭ | ১৯৮৭ | ৰেণুকা দেৱী বৰকটকী | ভাৰতীয় লোক দল |
| ৮ | ১৯৮৫ | দীনেশ গোস্বামী | নিৰ্দলীয় |
| ৯ | ১৯৯১ | কিৰিপ চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ | ১৯৯৬ | প্ৰবীণ চন্দ্ৰ শৰ্মা | অসম গণ পৰিষদ |
| ১১ | ১৯৯৮ | ভূৱনেশ্বৰ কলিতা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১২ | ১৯৯৯ | বিজয়া চক্ৰৱৰ্তী | ভাৰতীয় জনতা পাৰ্টী |
| ১৩ | ২০০৪ | কিৰিপ চলিহা | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১৪ | ২০০৯ | বিজয়া চক্ৰৱৰ্তী | ভাৰতীয় জনতা পাৰ্টী |
| ১৫ | ২০১৪ | বিজয়া চক্ৰৱৰ্তী২ | ভাৰতীয় জনতা পাৰ্টী |
| ১৬ | ২০১৯ | কুইন ওজা | ভাৰতীয় জনতা পাৰ্টি |
| ১৭ | ২০২৪ | বিজুলী কলিতা মেধি | ভাৰতীয় জনতা পাৰ্টী |
লগতে চাওক
- কামৰূপ জিলা
- লোক সভাৰ সমষ্টিসমূহৰ তালিকা
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
- ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী লোকসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৩৩৮৩ (২১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।