কোকৰাঝাৰ লোকসভা সমষ্টি (Kokrajhar Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা। এই সমষ্টিটো অনুসূচীত জাতি আৰু অনুসূচীত জনজাতিৰ প্ৰাৰ্থীৰ বাবে সংৰক্ষিত।
বিধানসভাৰ সমষ্টিসমূহ
কোকৰাঝাৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে১:
- গোঁসাইগাঁওবিধান সভা সমষ্টি
- কোকৰাঝাৰ পূব বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- কোকৰাঝাৰ পশ্চিম বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- ছিদলী বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- বিজনী বিধান সভা সমষ্টি
- সৰভোগ বিধান সভা সমষ্টি
- ভবানীপুৰ বিধান সভা সমষ্টি
- তামোলপুৰ বিধান সভা সমষ্টি
- বৰামা বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
- চাপগুৰি বিধান সভা সমষ্টি (অনুসূচিত জনজাতীৰ বাবে সংৰক্ষিত)
লোকসভাৰ সদস্যসকল
| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৫৭ | ডি বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৬২ | ডি বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৬৭ | ডি বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৭১ | ডি বসুমতাৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ১৯৭৭ | চৰণ নাৰ্জাৰী | U.A. |
| ৬ | ১৯৮৪ | চৰণ ব্ৰহ্ম চৌধুৰী | U.A. |
| ৭ | ১৯৯১ | সতেন্দ্ৰনাথ ব্ৰহ্ম চৌধুৰী | নিৰ্দলীয় |
| ৮ | ১৯৯৬ | লুইছ ইছলাৰী | নিৰ্দলীয় |
| ৯ | ১৯৯৮ | চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী | নিৰ্দলীয় |
| ১০ | ১৯৯৯ | চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী | নিৰ্দলীয় |
| ১১ | ২০০৪ | চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী | নিৰ্দলীয় |
| ১২ | ২০০৯ | চাঞ্চুমা খুঙগুৰ বিছমুথিয়াৰী | বড়োলেণ্ড পিপলছ ফ্ৰণ্ট |
| ১৩ | ২০১৪ | নৱ কুমাৰ শৰণীয়া২ | নিৰ্দলীয় |
নিৰ্বাচনী ফলাফল
২০১৪
লগতে চাওক
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
- ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA
- ↑ The Sentinel. 16 candidates file nomination in Karimganj
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোকৰাঝাৰ লোকসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৩৯৫২ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।