অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

ডিব্ৰুগড় (লোকসভা সমষ্টি)

ডিব্ৰুগড় লোকসভা সমষ্টি (Dibrugarh Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

হালনাগাদ: ৩০ নৱেম্বৰ ২০২৫ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ডিব্ৰুগড় লোকসভা সমষ্টি (Dibrugarh Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

ডিব্ৰুগড় লোকসভা সমষ্টিত তলত উল্লিখিত বিধান সভা সমষ্টিসমূহ আছে১:

  • মৰাণ বিধানসভা সমষ্টি
  • ডিব্ৰুগড় বিধানসভা সমষ্টি
  • লাহোৱাল বিধানসভা সমষ্টি
  • দুলিয়াজান বিধানসভা সমষ্টি
  • টিংখং বিধানসভা সমষ্টি
  • নাহৰকটীয়া বিধানসভা সমষ্টি
  • তিনিচুকীয়া বিধানসভা সমষ্টি
  • ডিগবৈ বিধানসভা সমষ্টি
  • মাৰ্ঘেৰিটা বিধানসভা সমষ্টি

লোক সভাৰ সদস্য

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টিডিব্ৰুগড় জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ডিব্ৰুগড় (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৫৫৯৪১৫ (৩০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।