অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

কলিয়াবৰ (লোকসভা সমষ্টি)

কাজিৰঙা (কলিয়াবৰ) লোকসভা সমষ্টি (Kaziranga (Kaliabor) Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

হালনাগাদ: ৪ জুন ২০২৪ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কাজিৰঙা (কলিয়াবৰ) লোকসভা সমষ্টি (Kaziranga (Kaliabor) Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

কলিয়াবৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে ১:

  • গোলাঘাট বিধানসভা সমষ্টি
  • দেৰগাঁও বিধানসভা সমষ্টি
  • বোকাখাট বিধানসভা সমষ্টি
  • ধিঙ বিধানসভা সমষ্টি
  • বটদ্ৰবা বিধানসভা সমষ্টি
  • ৰূপহীহাট বিধানসভা সমষ্টি
  • চামগুৰি বিধানসভা সমষ্টি
  • কলিয়াবৰ বিধানসভা সমষ্টি
  • সৰুপথাৰ বিধানসভা সমষ্টি
  • খুমটাই বিধানসভা সমষ্টি

লোকসভাৰ সদস্যসকল

ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১১৯৬৭বেদব্ৰত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
২১৯৭১বেদব্ৰত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৩১৯৭৭বেদব্ৰত বৰুৱাভাৰতীয় জাতীয় কংগ্ৰেছ
৪১৯৮০বিষ্ণু প্ৰসাদভাৰতীয় জাতীয় কংগ্ৰেছ
৫১৯৮৪ভদ্ৰেশ্বৰ তাঁতিঅসম গণ পৰিষদ
৬১৯৯১তৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
৭১৯৯৬কেশৱ মহন্তঅসম গণ পৰিষদ
৮১৯৯৮তৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
৯১৯৯৯তৰুণ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১০২০০৪দীপ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১১২০০৪দীপ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ
১২২০১৪গৌৰৱ গগৈ২ভাৰতীয় জাতীয় কংগ্ৰেছ
১৩২০১৯গৌৰৱ গগৈভাৰতীয় জাতীয় কংগ্ৰেছ

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
  2. ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টিনগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলিয়াবৰ (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৪২২২৩৭ (৪ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।