অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি

অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল। এই সমষ্টিটো ২০২৩ চনত বিলুপ্ত কৰা হয়। অভয়াপুৰী উত্তৰ (সমষ্টি নম্বৰ ৩৪) বঙাইগাঁও জিলাত অৱস্থিত ৪টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল।

হালনাগাদ: ২৫ জুলাই ২০২৬ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ অসম ৰাজ্যৰ বিধানসভাৰ ১২৬টা সমষ্টিৰ ভিতৰত এটা আছিল।১২৩ এই সমষ্টিটো ২০২৩ চনত বিলুপ্ত কৰা হয়।৪

অভয়াপুৰী উত্তৰ (সমষ্টি নম্বৰ ৩৪) বঙাইগাঁও জিলাত অৱস্থিত ৪টা বিধানসভা সমষ্টিৰ ভিতৰত এটা আছিল।১

অভয়াপুৰী উত্তৰ সমষ্টিটো বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত আছিল। এই লোকসভা সমষ্টিৰ অন্তৰ্গত আন বিধানসভা সমষ্টিসমূহ হ’ল— এই জিলাত বঙাইগাঁও আৰু অভয়াপুৰী দক্ষিণ, বৰপেটা জিলাত পাটাছাৰকুচি, বৰপেটা, জানিয়া, বাঘবৰ, চৰুখেত্ৰী আৰু চেঙা আৰু নলবাৰী জিলাত ধৰ্মপুৰ।

বিধানসভাৰ সদস্যসকল

বছৰসদস্যদল
২০২১আবদুল বাতিন খন্দকাৰ৫

নিৰ্বাচনী ফলাফল

চাওকো

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ List of Assembly constituencies showing their Parliamentary constituences wise break-up. www.ceoassam.nic.in
  2. ↑ Map of Assam showing District-wise assembly and Parliamentary constituencies. www.ceoassam.nic.in
  3. ↑ Lok Sabha and Vidan Sabha Constituencies List. Assam. Election Commission of India
  4. ↑ DELIMITATION ASSAM
  5. ↑ (3 May 2021). Assam Election Results 2021: Check Full List Of Winners. ndtv.com

সম্পৰ্কিত শ্ৰেণী

অসমৰ বিধানসভা সমষ্টিবঙাইগাঁও জিলাঅসমৰ ৰাজনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৯২৪৪ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।