অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বৰপেটা লোকসভা সমষ্টি

বৰপেটা লোকসভা সমষ্টি (Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোক সভা সমষ্টিৰ ভিতৰত এটা।

হালনাগাদ: ২৩ জুন ২০২৬ ২৮ শব্দ · ১ মিনিট সংগৃহীত ৮৯
সংশোধনৰ পৰামৰ্শ

বৰপেটা লোকসভা সমষ্টি (Barpeta Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।

বিধানসভাৰ সমষ্টিসমূহ

লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে১

সমষ্টিৰ ক্ৰমিক নংসমষ্টিৰ নাম(অনুসূচিত জাতি/অনুসূচিত জনজাতি)ৰ বাবে সংৰক্ষিতজিলাভোটাৰ (২০১১)২
৩২বঙাইগাঁও বিধানসভা সমষ্টিনহয়বঙাইগাঁও১৪৪,৪৮৪
৩৪অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিনহয়বঙাইগাঁও১২৫,৩০৪
৩৫অভয়াপুৰী দক্ষিণ বিধানসভা সমষ্টিঅনুসূচিত জাতিবঙাইগাঁও১৪৫,৯২৫
৪২পাটছাৰকুছি বিধানসভা সমষ্টিনহয়বৰপেটা১২৪,৯৯৩
৪৩বৰপেটা বিধানসভা সমষ্টিনহয়বৰপেটা১৫৪,৩৪৩
৪৪জনিয়া বিধানসভা সমষ্টিনহয়বৰপেটা১৩৬,৯৩৯
৪৫বাঘবাৰ বিধানসভা সমষ্টিনহয়বৰপেটা১০৮,০৭৬
৪৬সৰুক্ষেত্ৰী বিধানসভা সমষ্টিনহয়বৰপেটা১৪৯,৫৪৭
৪৭চেঙা বিধানসভা সমষ্টিনহয়বৰপেটা১০৫,৪৮২
৬১ধৰ্মপুৰ বিধানসভা সমষ্টিনহয়নলবাৰী১২৭,০০৫

লোকসভাৰ সদস্যসকল

ক্ৰমবৰ্ষপ্ৰাৰ্থীদল
১১৯৫১বেলি ৰাম দাসভাৰতীয় জাতীয় কংগ্ৰেছ
২১৯৬২ৰেণুকা দেৱী বৰকটকীভাৰতীয় জাতীয় কংগ্ৰেছ
৩১৯৬৭ফখৰুদ্দিন আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৪১৯৭১ফকৰুদ্দিন আলি আহমেদভাৰতীয় জাতীয় কংগ্ৰেছ
৫১৯৭৭ইছমাইল হুচেইন খানভাৰতীয় জাতীয় কংগ্ৰেছ
৬১৯৯১উদ্ধৱ বৰ্মনকমিউনিষ্ট পাৰ্টী অফ ইণ্ডিয়া
৭১৯৯৬উদ্ধৱ বৰ্মনকমিউনিষ্ট পাৰ্টী
৮১৯৯৮এ এফ গুলাম ওচমানিভাৰতীয় জাতীয় কংগ্ৰেছ
৯১৯৯৯এ এফ গুলাম ওচমানিভাৰতীয় জাতীয় কংগ্ৰেছ
১০২০০৪এ এফ গুলাম ওচমানিভাৰতীয় জাতীয় কংগ্ৰেছ
১১২০০৯ইছমাইল হুচেইনভাৰতীয় জাতীয় কংগ্ৰেছ
১২২০১৪চিৰাজুদ্দিন আজমল৩এ আই ইউ ডি এফ
১৩২০১৯আব্দুল খালেকভাৰতীয় জাতীয় কংগ্ৰেছ
১৪২০২৪ফণীভূষণ চৌধুৰীঅসম গণ পৰিষদ

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
  2. ↑ General Election to Assam Legislative Assembly, 2011 - Male, Female wise breakup of General Elector, Service Elector & Polling Stations in each Assembly Constituency. Chief Electoral Officer, Assam website
  3. ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA

সম্পৰ্কিত শ্ৰেণী

অসমৰ লোক সভাৰ সমষ্টিবৰপেটা জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰপেটা লোকসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৪০৯০ (২৩ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।