লক্ষিমপুৰ লোকসভা সমষ্টি (Lakhimpur Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
| সমষ্টি নং | নাম | সংৰক্ষণ (অনূসূচীত জাতি/অনূসূচীত জনজাতি/নাই) | জিলা | দল | বিধায়ক | ২০২৪ৰ বিজয়ী |
|---|---|---|---|---|---|---|
| ৭৪ | ৰঙানদী | নাই | লখিমপুৰ | |||
| ৭৫ | নাওবৈচা | অনূসূচীত জাতি | ||||
| ৭৬ | লখিমপুৰ | নাই | ||||
| ৭৭ | ঢকুৱাখানা | অনূসূচীত জনজাতি | ||||
| ৭৮ | ধেমাজি | অনূসূচীত জনজাতি | ধেমাজি | |||
| ৭৯ | চিছিবৰগাঁও | নাই | ||||
| ৮০ | জোনাই | অনূসূচীত জনজাতি | ||||
| ৮১ | শদিয়া | নাই | তিনিচুকীয়া | |||
| ৮২ | ডুমডুমা | নাই |
পুনৰ গঠনৰ পূৰ্বৰ লক্ষিমপুৰ লোকসভা সমষ্টিত অন্তৰ্গত বিধান সভা সমষ্টিসমূহ আছিল১:
- মাজুলী বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- নাওবৈচা বিধানসভা সমষ্টি
- লখিমপুৰ বিধানসভা সমষ্টি
- ঢকুৱাখানা বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- ধেমাজি বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- জোনাই বিধানসভা সমষ্টি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)
- চাবুৱা বিধানসভা সমষ্টি
- ডুমডুমা বিধানসভা সমষ্টি
- শদিয়া বিধানসভা সমষ্টি
লোকসভাৰ সদস্যসকল
| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৬৭ | বিশ্বনাৰায়ণ শাস্ত্ৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৭১ | বিশ্বনাৰায়ণ শাস্ত্ৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৭৭ | ললিত কুমাৰ দ'লে | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৮৫ | গকুল শইকীয়া | অসম গণ পৰিষদ |
| ৫ | ১৯৯১ | বলিন কুলি | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৬ | ১৯৯৬ | অৰুণ শৰ্মা | অসম গণ পৰিষদ |
| ৭ | ১৯৯৮ | ৰাণী নৰহ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৮ | ১৯৯৯ | ৰাণী নৰহ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯ | ২০০৪ | অৰুণ কুমাৰ শৰ্মা | অসম গণ পৰিষদ |
| ১০ | ২০০৯ | ৰাণী নৰহ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১১ | ২০১৪ | সৰ্বানন্দ সোণোৱাল২ | ভাৰতীয় জনতা পাৰ্টী |
| ১২ | ২০১৬ | প্ৰদান বৰুৱা | ভাৰতীয় জনতা পাৰ্টি |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
- ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লখিমপুৰ (লোকসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৬১৩৫৩৪ (২২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।