শিলচৰ লোকসভা সমষ্টি (Silchar Lok Sabha constituency) অসমৰ ১৪টা লোকসভা সমষ্টিৰ ভিতৰত এটা।
বিধানসভাৰ সমষ্টিসমূহ
শিলচৰ লোকসভা সমষ্টিত তলত উল্লেখিত বিধান সভা সমষ্টিসমূহ আছে১:
| ক্ৰম | সমষ্টিৰ নাম | অনুসূচিত জাতি/ জনজাতিৰ বাবে সংৰক্ষিত | জিলা |
|---|---|---|---|
| ১ | ৯, শিলচৰ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ২ | ১০, সোণাই বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ৩ | ১১, ধলাই বিধানসভা সমষ্টি | অনুসূচিত জাতি | কাছাৰ |
| ৪ | ১২, উদাৰবন্দ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ৫ | ১৩, লক্ষীপুৰ বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ৬ | ১৪, বৰখলা বিধানসভা সমষ্টি | নহয় | কাছাৰ |
| ৭ | ১৫, কাটিগড়া বিধানসভা সমষ্টি | নহয় | কাছাৰ |
লোক সভাৰ সদস্য
আৰম্ভণিৰেপৰা বৰ্তমানলৈ শিলচৰ লোকসভা সমষ্টিক প্ৰতিনিধিত্ব কৰা সদস্যসকলৰ নাম তলত উল্লেখ কৰা হ'ল।২
| ক্ৰম | বৰ্ষ | প্ৰাৰ্থী | দল |
|---|---|---|---|
| ১ | ১৯৭৭ | ৰছিদা চৌধুৰী | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ২ | ১৯৮০ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৩ | ১৯৮৪ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৪ | ১৯৮৯ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৫ | ১৯৯১ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টী |
| ৬ | ১৯৯৬ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৭ | ১৯৯৮ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টি |
| ৮ | ১৯৯৯ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ৯ | ২০০৪ | সন্তোষ মোহন দেৱ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
| ১০ | ২০০৯ | কবীন্দ্ৰ পুৰকায়স্থ | ভাৰতীয় জনতা পাৰ্টী |
| ১১ | ২০১৪ | সুস্মিতা দেৱ৩ | ভাৰতীয় জাতীয় কংগ্ৰেছ |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
- ↑ 164.100.47.132/LssNew/members/lokprev.aspx
- ↑ (16 May, 2014). GENERAL ELECTION TO LOK SABHA TRENDS & RESULT 2014. ELECTION COMMISSION OF INDIA
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিলচৰ লোকসভা সমষ্টি” প্ৰবন্ধৰ সংশোধন ৬১৭১৬৬ (১৪ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।