অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

চাবুৱা (বিধানসভা সমষ্টি)

২০২৩ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ লাহোৱাল আৰু লখিমপুৰ লোকসভা সমষ্টিৰ চাবুৱা বিধানসভা সমষ্টি লগলগাই চাবুৱা-লাহোৱাল বিধানসভা সমষ্টি নতুনকৈ গঠন কৰা হয়৷

হালনাগাদ: ৬ মে’ ২০২৬ ২৪ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

২০২৩ চনত ডিব্ৰুগড় লোকসভা সমষ্টিৰ লাহোৱাল আৰু লখিমপুৰ লোকসভা সমষ্টিৰ চাবুৱা বিধানসভা সমষ্টি লগলগাই চাবুৱা-লাহোৱাল বিধানসভা সমষ্টি নতুনকৈ গঠন কৰা হয়৷১

বিধায়কসকল

নিৰ্বাচননামদল
১৯৭৮জ্ঞান গগৈ
১৯৮৩উপেন্দ্ৰ সনাতন
১৯৮৫ভূৱন বৰুৱা
১৯৯১উপেন্দ্ৰ সনাতন
১৯৯৬ভূৱন বৰুৱা
২০০১ৰাজু চাহু
২০০৬
২০১১
২০১৬বিনোদ হাজৰিকা
২০২১পোনাকণ বৰুৱা

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Delimitation of Parliamentary & Assembly Constituencies of State of Assam. ভাৰতৰ নিৰ্বাচন আয়োগ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাবুৱা (বিধানসভা সমষ্টি)” প্ৰবন্ধৰ সংশোধন ৬০৪৮১০ (৬ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।