| বৰ্ষ | ছবি | পৰিচালক | প্ৰযোজক | মুক্তিৰ তাৰিখ | টোকা |
|---|---|---|---|---|---|
| ২০১০ | বসুন্ধৰা | হীৰেন বৰা | হীৰেন বৰা | ১৫ জানুৱাৰী | |
| শ্ৰীমন্ত শঙ্কৰদেৱ | সূৰ্য্য হাজৰিকা | পৰাণ বৰবৰুৱা | ১০ মাৰ্চ | ||
| অচিন চিনাকি | মুন্না আহমেদ | ১৭ ডিচেম্বৰ | |||
| ২০১১ | ৰামধেনু | মুনিন বৰুৱা | প্ৰাইড ইষ্ট এণ্টাৰটেইনমেণ্টচ | ৪ ফেব্ৰুৱাৰী | |
| জানমণি | ৰাজেশ ভূঞা | দেৱ বৰকটকী | ১৫ এপ্ৰিল | ||
| পলে পলে উৰে মন | তিমথী দাস হাঞ্চে | ফুকন কোঁৱৰ, পূৰ্ণানন্দ গগৈ, বিউটি বৰুৱা | ২০ মে' | ||
| জেতুকা পাতৰ দৰে (চলচ্চিত্ৰ) | যদুমণি দত্ত | নুৰুল ছুলতান | ১৯ আগষ্ট | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৫৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |
| এ উইকেণ্ড | দিগন্ত মজুমদাৰ | ছাজ হক | ২৩ ছেপ্টেম্বৰ | ||
| তোমাৰ খবৰ | ৰাজীৱ বৰা | সাৰ্জু আচাৰ্য | ১৪ অক্টোবৰ | ||
| ২০১২ | জাংফাই জোনাক | সঞ্জীৱ সভাপণ্ডিত | উৎপল কুমাৰ দাস | ১৩ জানুৱাৰী | |
| বাঁকৰ পুতেক | চন্দ্ৰ মুদৈ | অমল বৰুৱা | ২ মাৰ্চ১ | ||
| সমীৰণ বৰুৱা আহি আছে | প্ৰদ্যুত কুমাৰ ডেকা | দেৱাশিস গোস্বামী, ভাস্কৰজ্যোতি শইকীয়া | ৩০ মাৰ্চ২ | ||
| তুলা আৰু তেজা | জোনমণি দেৱী খাউণ্ড | জয়ন্ত খাউণ্ড | ১৩ এপ্ৰিল৩ | ||
| ৰিচাং (চলচ্চিত্ৰ) | মানস বৰুৱা | পল্লৱী বৰুৱা | ১১ মে’৪ | ||
| এখন নেদেখা নদীৰ সিপাৰে | বিদ্যুত কটকী | নেছনেল ফিল্ম ডেভেলপমেণ্ট কৰ্পৰেছন লিমিটেড | ১৪ ছেপ্টেম্বৰ৫ | ||
| ৰ’দ্ | গৌতম বৰুৱা | মৌচুমী বৰদলৈ | ৫ অক্টোবৰ৬ | ||
| বান্ধোন | জাহ্নু বৰুৱা | অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম | ২৬ অক্টোবৰ৭ | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |
| বৰলাৰ ঘৰ | মনি চি কাপেন | মনি চি কাপেন (অ’কে প্ৰডাকচন্চ) | ২ নৱেম্বৰ৮ | ||
| মী এণ্ড মাই ছিষ্টাৰ | ৰাজেশ ভূঞা | নিপন ঢলুৱা | ২ নৱেম্বৰ৮ | ||
| ২০১৩ | দুৱাৰ | বিদ্যুৎ চক্ৰৱৰ্তী | সঞ্জীৱ নাৰায়ণ, বিদ্যুৎ চক্ৰৱৰ্তী | ৪ জানুৱাৰী৯ | |
| লুইতক ভেটিব কোনে | প্ৰবীণ বৰা | প্ৰবীণ বৰা | ১ মাৰ্চ১০ | ||
| মনে মোৰ কইনা বিচাৰে | সদানন্দ গগৈ | কুমাৰ গৌৰব | ১৫ মাৰ্চ | ||
| ৰণাংগন | প্ৰণৱজ্যোতি ভৰালী | মৃণাল দাস | ১৯ এপ্ৰিল | ||
| আকাশ চুবলৈ মন | মানস হাজৰিকা | কমল বৰ্মন | ২৬ এপ্ৰিল | ||
| সূৰ্যাস্ত | প্ৰদ্যুৎ কুমাৰ ডেকা | ৰ'জী বৰা | ১৭ মে' | ||
| অধ্যায় | অৰূপ মান্না | ২৪ মে' | |||
| তুমি যদি কোৱা | চিম্পল গগৈ | জিতুমণি টেৰণ | ১৪ জুন | ||
| কৰমা কে ৰাতি (ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ) | জয়ন্ত নাথ | জয়ন্ত নাথ | ১২ জুলাই | ||
| বীৰ চিলাৰায় | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | সমৰেন্দ্ৰ নাৰায়ণ দেৱ | ২৬ জুলাই১১ | ||
| মমতাজ | পুলক গগৈ | পুলক গগৈ | ২৩ আগষ্ট১১ | ||
| ভাল পাব নাজানিলো | ঋতুৰাজ দত্ত | ঋতুৰাজ দত্ত | ২০ ছেপ্টেম্বৰ১১ | ||
| লোকেল কুং ফু | কেনী বসুমতাৰী | কেনী বসুমতাৰী | ২৭ ছেপ্টেম্বৰ১২ | ||
| দুৰ্জন | মৌপ্ৰাণ শৰ্মা | গুণীন বসুমতাৰী | ২৫ অক্টোবৰ১১ | ||
| মহাসমৰ | জন্ছ মহলীয়া | হীৰা গোঁহাই | ২২ নৱেম্বৰ১১ | ||
| ২০১৪ | অজেয় | জাহ্নু বৰুৱা | শংকৰ লাল গোৱেংকা | ৩ জানুৱাৰী১৩ | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা |
| চিঞৰ | কংকণ ৰাজখোৱা | সঞ্জীৱ নাৰায়ণ | ১৭ জানুৱাৰী১৪ | ||
| ৰাগ - দ্য ৰিদম অৱ লাভ | ৰজনী বসুমতাৰী | ৭ ফেব্ৰুৱাৰী১১ | |||
| হিয়া দিবা কাক | ৰাজীৱ বৰা | ভূপেন গোস্বামী | ২১ ফেব্ৰুৱাৰী১১ | ||
| জীয়া জুৰিৰ সুবাস | সঞ্জীৱ সভাপণ্ডিত | ১৩ মাৰ্চ | |||
| ছাঁয়া | ৰোহণ পাটৰ | মৃদুস্মিতা বৰা পাটৰ | ১৪ মাৰ্চ১১ | ||
| বৰশী | প্ৰদ্যুৎ কুমাৰ ডেকা | দেবাশিস গোস্বামী | ১৮ এপ্ৰিল১১ | ||
| অভদ্ৰ | অমন কুমাৰ | ৯ মে'১১ | |||
| জিলমিল জোনাক | শিবানন বৰুৱা | ডেইজী গগৈ | ৩০ মে'১১ | ||
| গ্ৰহণ | তিলক শৰ্মা | মুন্নী চৌধুৰী | ২৭ জুন১১ | ||
| মহাপুৰুষ | ব্ৰজেন বৰা | দিলীপ কুমাৰ বৰুৱা | ২৯ আগষ্ট১১ | ||
| পানী | যদুমণি দত্ত | যদুমণি দত্ত, অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম | ১২ ছেপ্টেম্বৰ১১ | ||
| চুমা পৰশতে | জোনমণি দেৱী খাউণ্ড | জোনমণি দেৱী খাউণ্ড | ১৯ ছেপ্টেম্বৰ১১ | ||
| দা ফে'চ | ৰাজীৱ দত্ত | বৰ্ণালী হাজৰিকা | ২৬ ছেপ্টেম্বৰ১৫ | ||
| শৃংখল | প্ৰবীণ হাজৰিকা | প্ৰীতি শইকীয়া, পাৰ্থ প্ৰতিম বৰা, শচীন্দ্ৰ কুমাৰ কাকতি, সংগীতা শইকীয়া | ১৭ অক্টোবৰ | ||
| ৰ'দৰ চিঠি | বাহাৰুল ইছলাম | ইক্ৰামূল মজিদ | ৭ নৱেম্বৰ | ||
| টি আৰ পি আৰু | মৃদুল গুপ্তা | ৰাণুমাই টেৰণপি | ২৮ নৱেম্বৰ১৬ | ||
| অদম্য | ববী শৰ্মা বৰুৱা | বসন্ত কুমাৰ বৰুৱা, ববী শৰ্মা বৰুৱা | ১২ ডিচেম্বৰ১৭ | ||
| ২০১৫ | অহেতুক | বাণী দাস | ৰাজ কুমাৰ জৈন | ২ জানুৱাৰী | |
| আৰোহী (২০১৫ চলচ্চিত্ৰ) | অৰূপ মান্না | মামণি খাখলাৰী | ১৬ জানুৱাৰী | ||
| অনুৰাধা | ৰাকেশ শৰ্মা | লুইত কুমাৰ বৰ্মন | ২৭ মাৰ্চ১৮ | ||
| লাভ ইন বেংকক | অসীম বৈশ্য | অনুপম হাজৰিকা | ১০ জুলাই১৯ | ||
| বকুল | ৰীমা বৰা | সন্দীপ পাটিল | |||
| ২০১৬ | দূৰদৰ্শন এটি যন্ত্ৰ | ৰাজেশ ভূঞা | সঞ্জীৱ নাৰায়ণ | ২ চেপ্তেম্বৰ | |
| কথানদী | ভাস্কৰ হাজৰিকা | অনুৰূপা হাজৰিকা, ক্ৰাউডফাণ্ডিং | ১৬ চেপ্তেম্বৰ | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |
| সাত নম্বৰৰ সন্ধানত | আব্দুল মজিদ | অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত | ৯ চেপ্তেম্বৰ২০ | ||
| দিকচৌ বনত পলাশ | সঞ্জীৱ সভাপণ্ডিত | অসম ৰাজ্যিক চলচ্চিত্ৰ (বিত্ত আৰু উন্নয়ন) নিগম পৰিসীমিত | ১৮ চেপ্তেম্বৰ | ||
| গানে কি আনে | ৰাজেশ যশপাল | গৌতম চক্ৰৱৰ্তী, সুনীল গগৈ, ৰাজেশ যশপাল | ১৫ অক্টোবৰ | ||
| হৰি ওঁম | অৰূপ জ্যোতি ৰাভা | ছিয়ন হাজৰিক | ২১ অক্টোবৰ২১ | ||
| পাগলী | ৰূপজ্যোতি বৰা | প্ৰেমা দত্ত, নিপ কোঁৱৰ, বিশ্বেশ্বৰ দত্ত | ৪ নবেম্বৰ | ||
| বহ্নিমান | বিশ্বজিৎ বৰা | বৰ্ণালী হাজৰিকা | ২ ডিচেম্বৰ২২ | ||
| হান্দুক (মৰাণ ভাষাৰ ছবি) | জয়ছেং জয় দহোতীয়া | মায়ামৰা প্ৰডাকচন | মৰাণ ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী২৩ | ||
| ২০১৭ | কোঁৱৰপুৰৰ কোঁৱৰ | ৰাজেশ ভূঞা | ৰজী ভূঞা | ৬ জানুৱাৰী২৪ | |
| দূৰ | কঙ্কণ ৰাজখোৱা | বিপ্লৱজ্যোতি দলে | ১৩ জানুৱাৰী২৪২৫ | ||
| ছাকিৰা আহিব বকুলতলৰ বিহুলৈ | হিমাংশু প্ৰসাদ দাস | -- | ২০ জানুৱাৰী২৪ | ||
| বিউটিফুল লাইভ্জ | কঙ্কণ ডেকা | কঙ্কণ ডেকা | ১৭ ফ্ৰেব্ৰুৱাৰী২৪২৬ | ||
| মৃগনাভি | হেমেন দাস | বিষ্ণু ডেকা | ৩ মাৰ্চ২৪২৭ | ||
| ৰাফ এণ্ড টাফ | মণি সিনহা | নৰেন্দ্ৰ এন সিনহা | ২৪ মাৰ্চ২৪ | ||
| অথেলো | হেমন্ত কুমাৰ দাস | মানৱেন্দ্ৰ কুমাৰ অধিকাৰী | ৩১ মাৰ্চ২৪ | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |
| লোকেল কুং ফু ২ | কেনী বসুমতাৰী, হিৰক নাথ | দুৰ্লভ বৰুৱা, কেনী বসুমতাৰী | ১৯ এপ্ৰিল২৮ | ||
| অন্তৰীণ | মঞ্জুল বৰুৱা | মানৱেন্দ্ৰ কুমাৰ অধিকাৰী | ৫ মে'২৪২৯ | ||
| ছয়গাঁৱৰ চম্পা | চন্দ্ৰ মুদৈ | মৃণাল বিন কুটুব | ১৯ মে'২৪ | ||
| চাকনৈয়া | নৱ কুমাৰ নাথ | প্ৰযোজক | ৯ জুন২৪ | ||
| শেষ অঙ্গীকাৰ | প্ৰণয় ফুকন | প্ৰযোজক | ১৬ জুন২৪ | ||
| দূৰণিৰ নিৰলা পঁজা | ধ্ৰুৱ জে বৰদলৈ | হেমন্ত কুমাৰ বৰদলৈ, ধ্ৰুৱ জে বৰদলৈ | ৭ জুলাই২৪ | ||
| অজানিতে | ডিম্বেশ্বৰ গগৈ | প্ৰযোজক | ২৮ জুলাই২৪ | ||
| মিছন চাইনা | জুবিন গাৰ্গ | গৰিমা শইকীয়া গাৰ্গ, জুবিন গাৰ্গ | ৮ চেপ্তেম্বৰ২৪ | ||
| তুমি আহিবানে | প্ৰেৰণা বৰবৰুৱা | ASFFDC, বিবি দেৱী বৰবৰুৱা | ২২ চেপ্তেম্বৰ৩০ | ||
| ক্ষোভ | হীৰেণ বৰা | প্ৰযোজক | ২৯ ছেপ্টেম্বৰ২৪ | ||
| এই মাটিতে | সীতানাথ লহকৰ | ৬ অক্টোবৰ২৪ | |||
| মাজ ৰাতি কেতেকী | সান্তনা বৰদলৈ | ২৭ অক্টোবৰ২৪ | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা২৩ | ||
| দা কিউৰিঅ'ছিটি শ্বপ | শঙ্কৰ বৰুৱা | প্ৰযোজক | ৩ নৱেম্বৰ২৪ | ||
| প্ৰিয়াৰ প্ৰিয় | মুনিন বৰুৱা | আব্দুল মান্নান ফাৰুক | ১০ নৱেম্বৰ২৪ | ||
| সোণাৰ বৰণ পাখি | ববী শৰ্মা বৰুৱা | অসম ৰাজ্যিক চলচ্চিত্ৰ নিগমৰ সহযোগত বসন্ত কুমাৰ বৰুৱা | ২৪ নৱেম্বৰ | ||
| ৰাম ভদকা হুইস্কী | প্ৰশান্ত শইকীয়া | আকাশ গাৰ্গ | ২৪ নৱেম্বৰ২৪ | ||
| খলনায়িকা | হেমন্ত নীলিম দাস | হেমন্ত নীলিম দাস | ১৫ ডিছেম্বৰ২৪ | ||
| ঈশ্বু | উৎপল বৰপূজাৰী | চিল্ড্ৰেনচ্ ফিল্মছ চোচাইটি | চিত্ৰগৃহত মুক্তি পোৱা নাই | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |
| ২০১৮ | সঁচা প্ৰেম | প্ৰমোদ এচ | প্ৰীতি ৰেখা শইকীয়া | ৫ জানুৱাৰী৩১ | |
| শৈশৱতে ধেমালীতে | বিদ্যুৎ কটকী | ত্ৰিলোক মালহোট্ৰা | ১৯ জানুৱাৰী৩২ | ||
| কেলেণ্ডাৰ | হিমজ্যোতি তালুকদাৰ | হিমজ্যোতি তালুকদাৰ, দীক্ষিত দাস | ১৬ ফেব্ৰুৱাৰী৩৩ | ||
| ঢৌ | লক্ষ্মীনন্দন পেগু, প্ৰবীণ বসুমতাৰী | নিবেদিতা য়েইন পেগু, সবিতা য়েইন, টুটুল পেগু | ২৩ ফেব্ৰুৱাৰী৩৪ | ||
| ৰক্তবীজ | বিশ্বজিৎ বৰা | ৰবীন্দ্ৰ ৰাজাৱত | ১১ মে'৩৫ | ||
| তাণ্ডৱ অৱ পাণ্ডৱ | প্ৰিয়ম নিৰ্মল | অঙ্কিতা চৌধুৰী | ১৮ মে'৩৬ | ||
| ক্ৰোধ | মনোজ বৈশ্য | পংকজ দালানী | ১৩ জুলাই৩৭ | ||
| তোৰ মোৰ ফকতীয়া লাভ ষ্টোৰী | ই্ন্দ্ৰজিৎ কাকতি | ইন্দ্ৰজিৎ কাকতি | ২৮ জুলাই৩৮ | ||
| ধম ধমা ধম | মণি সিনহা | ঋতেশ খাটেৰ | ৩ আগষ্ট৩৮ | ||
| লীলাৰ পৰা লেইলালৈ | সদানন্দ গগৈ | ৩১ আগষ্ট৩৯ | |||
| বেড বয়জ | চাইফুল ইচলাম | আখতাৰ আলী, চাহৰুখ খান | ৭ চেপ্তেম্বৰ৩৮ | ||
| তুমি মোক ফাকি দিলা | হাদিফ আহমেদ | ধীৰাজ হীৰা | ২১ চেপ্তেম্বৰ৩৮ | ||
| ভিলেজ ৰকষ্টাৰ্ছ | ৰীমা দাস | ৰীমা দাস, জয়া দাস | ২৮ চেপ্তেম্বৰ৪০ | ||
| দ্য আণ্ডাৰৱৰ্ল্ড | ৰাজেশ যশপাল | S J Studio & Entertainment Ltd. | ৫ অক্টোবৰ৪১ | ||
| ৰাজা ৰিটাৰ্ণচ্ | কিশোৰ দাস | কিশোৰ দাস | ২৬ অক্টোবৰ৩৮ | ||
| ভগা খিৰিকী | জাহ্নু বৰুৱা | প্ৰিয়ংকা চোপ্ৰা, ড॰ মধু চোপ্ৰা আৰু শ্বাহনাব আলম | ২৬ অক্টোবৰ৪২ | ||
| আহি আছে | নিপন ঢলুৱা | নিপন ঢলুৱা | ২৩ নবেম্বৰ৩৮ | ||
| চাচপেণ্ডেড ইন্সপেক্টৰ বড়ো | কেনী বসুমতাৰী | ৭ ডিচেম্বৰ৩৮ | |||
| ২০১৯ | ভাওৰীয়া | বিশ্বজিৎকলিতা | পঙ্কজ কুমাৰ জৈন | ৪ জানুৱাৰী৩৮ | |
| ককাইদেউ বিন্দাছ | ধ্ৰুৱ জে বৰদলৈ | ১ মাৰ্চ৪৩ | |||
| ৰঙীন | শঙ্কৰ বৰুৱা | অনু বৰুৱা | ১৫ মাৰ্চ৩৮ | ||
| কানীন | মঞ্জুল বৰুৱা | ২২ মাৰ্চ৪৪ | |||
| সীমা- দ্য আনট'ল্ড ষ্ট'ৰী | হীৰেণ নাথ | সঞ্জীৱ নাৰায়ণ | ২৯ মাৰ্চ৪৫ | ||
| বৰনদী ভটিয়ায় | অনুপম কৌশিক বৰা | অনুপম কৌশিক বৰা | ৩ মে'৩৮ | ||
| কাঞ্চনজংঘা | জুবিন গাৰ্গ | জুবিন গাৰ্গ, গৰিমা শইকীয়া গাৰ্গ, শ্যমন্ত গৌতম | ৬ চেপ্তেম্বৰ৪৬ | ||
| বুলবুল কেন্ ছিং | ৰীমা দাস | ৰীমা দাস | ২০ চেপ্তেম্বৰ৪৭ | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | |
| ৰত্নাকৰ | যতীন বৰা | যতীন বৰা | ১১ অক্টোবৰ৪৮ | ||
| ৰ'দ হৈ আহা তুমি | তপন বৰদলৈ | মৌচুমী বৰদলৈ | ১ নৱেম্বৰ৪৯ | ||
| অস্তিত্ব | মিৰ্জা আৰিফ হাজৰিকা | নাজিম আহমেদ | ৮ নৱেম্বৰ৫০ | ||
| ইপাৰ সিপাৰ | প্ৰণৱজ্যোতি ভৰালী | লতা বৰদলৈ | ১৫ নৱেম্বৰ | ||
| আমিষ | ভাস্কৰ হাজৰিকা | পুনম দেউল | ২২ নৱেম্বৰ৫১ | ||
| প্ৰতিঘাট | অচিন্ত শঙ্কৰ | নৰেন্দ্ৰ এন সিনহা | ৬ ডিচেম্বৰ৫২ |
তথ্যসূত্ৰ
তথ্যসূত্ৰ
- ↑ (February 25, 2012). Bakor Putek to release on March 2. The Sentinel
- ↑ (March 24, 2012). Samiran Barua Ahi Ase: releases on March 30. The Sentinel
- ↑ 'তুলা আৰু তেজা'ৰ ফেচবুক পৃষ্ঠা, আহৰণৰ তাৰিখ ১২-এপ্ৰিল, ২০১২
- ↑ Raj Dweep. (April 24, 2012). Re-discover Zubeen in ‘Rishang’. Assam Times
- ↑ Bidyut Kotoky's Facebook page
- ↑ (৭ ছেপ্টেম্বৰ, ২০১২). অহা ৫ অক্টোবৰত আহি আছে ৰ’দ্. দৈনিক অসম. ড্ৰীমছ্ ফিচাৰ্ছ. পৃ. ৫
- ↑ (১২ অক্টোবৰ, ২০১২). ২৬ অক্টোবৰত চিত্ৰগৃহলৈ আহিব জাহ্নু বৰুৱাৰ বান্ধোন. দাস, অৰুণলোচন; অসমীয়া খবৰ. পৃ. ১২
- ↑ (২ নৱেম্বৰ, ২০১২). আজিৰ পৰা চিত্ৰগৃহত বৰলাৰ ঘৰ, মি এণ্ড মাই চিষ্টাৰ. আজিৰ দৈনিক বাতৰি. পৃ. ১২
- ↑ (২৮ ডিচেম্বৰ, ২০১২). ৪ জানুৱাৰীত মুকলি হ’ব দুৱাৰ. অসমীয়া খবৰ. লাইমলাইট. পৃ. ১২
- ↑ (১ মাৰ্চ, ২০১৩). আজি চিত্ৰগৃহলৈ আহিব "লুইতক ভেটিব কোনে". অসমীয়া খবৰ. পৃ. ১২
- ↑ Library Moviez. UFO Moviez
- ↑ BHUMIKA K. (২৫ ছেপ্তেম্বৰ, ২০১৩). There’s Kung Fu in the air. The Hindu
- ↑ Baruah, Kausav. (1 January 2014). Ajeyo to release on Friday. The Telegraph
- ↑ (17 January 2014). Film Sinyor released. দ্য আছাম ট্ৰিবিউন
- ↑ (১১ ছেপ্টেম্বৰ, ২০১৪). New Assamese Film "The Face". Creativica
- ↑ (১২ নৱেম্বৰ ২০১৪). TRP Aru… to Release on 28th November. Kothasobi
- ↑ (৮ ডিচেম্বৰ ২০১৪). Adomya to be Release on 12th December. Kothasobi
- ↑ Pranjal Borah. (17 মাৰ্চ 2015). Anuradha to Release on 27th March 2015. Kothasobi
- ↑ কল্যাণ কুমাৰ কলিতা, লাভ ইন বেংকক, চিত্ৰবাণী পৃষ্ঠা, আমাৰ অসম, ১২ জুলাই, ২০১৫
- ↑ List of Feature Films Produced/Co-produced by ASFFDC. DEPARTMENT OF CULTURAL AFFAIRS, ASSAM GOVT
- ↑ Assamese Movie Hari Om slated for releasing on October 21
- ↑ Bahniman to Be Released Across India
- ↑ 64th NFA Catalogue. Directorate of Film Festivals, GOI
- ↑ Rabendra Kumar Das. (2018). ২০১৭ চনত ২৩খন অসমীয়া ছিনেমাৰ মুক্তি. Prantik. পৃ. 7
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ আৰ্কাইভ কপি
- ↑ thereel.scroll.in/835053/cult-assamese-film-loca Cult Assamese film ‘Local Kung Fu’ has a sequel
- ↑ আৰ্কাইভ কপি
- ↑ Assamese Film Tumi Aahibaane’ to Hit Screens on September 22
- ↑ আৰ্কাইভ কপি
- ↑ in.bookmyshow.com/ekma/movies/rainbow-fields/ET0
- ↑ আৰ্কাইভ কপি).
- ↑ আৰ্কাইভ কপি
- ↑ RAKTABEEJ TO RELEASE ON MAY 11
- ↑ তাণ্ডৱ অৱ পাণ্ডৱ
- ↑ ১৩ জুলাইত শুভমুক্তি ‘ ক্ৰোধ’
- ↑ Library Movies- Assamese
- ↑ লীলাৰ পৰা লেইলালৈ
- ↑ Village Rockstars is India’s official entry to Oscars 2019
- ↑ আৰ্কাইভ কপি
- ↑ assam.nenow.in/noted-assamese-filmmaker-jahnu-ba
- ↑ Kokaideu Bindaas
- ↑ Kaaneen
- ↑ সাজু হৈ উঠিছে হীৰেন বৰাৰ নতুন অসমীয়া ছবি ‘সীমা-দ্য ষ্ট’ৰী আনট’ল্ড’
- ↑ Kanchanjangha- The Assamese Movie by Jubeen Garg
- ↑ ২০ চেপ্তেম্বৰত ছবিঘৰলৈ ‘বুল বুল কেন ছিং’. অসমীয়া প্ৰতিদিন
- ↑ বক্স অফিছত খলকনি তুলিবলৈ সাজু "ৰত্নাকৰ" ছবি
- ↑ Rowd Hoi Aha Tumi
- ↑ (2019-11-06). Assamese Film ‘Astittwa’ to Hit Theatres on November 08. G Plus
- ↑ (2019-10-15). Anurag Kashyap to present Bhaskar Hazarika's Aamis, set in Assam; film to release in India on 22 November- Entertainment News, Firstpost
- ↑ (27 October 2019). Pratighat. অসমীয়া প্ৰতিদিন
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৬৪০৩৪৮ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।