অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ৰাজেশ ভূঞা

ৰাজেশ ভূঞা হৈছে অসমৰ এগৰাকী প্ৰবীণ পৰিচালক। ভূঞাই বৰ্তমানলৈকে ৮০ খনতকৈও অধিক ভিচিডি, ছবি আৰু ধাৰাবাহিক পৰিচালনা কৰিছে। অসমৰ হাৰ্থৱ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে (চলচ্চিত্ৰ)ৰো পৰিচালক ৰাজেশ ভূঞা।

হালনাগাদ: ১২ জুন ২০২৬ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ৰাজেশ ভূঞা হৈছে অসমৰ এগৰাকী প্ৰবীণ পৰিচালক। ভূঞাই বৰ্তমানলৈকে ৮০ খনতকৈও অধিক ভিচিডি, ছবি আৰু ধাৰাবাহিক পৰিচালনা কৰিছে। অসমৰ হাৰ্থৱ জুবিন গাৰ্গৰ শেষৰখন ছবি ৰৈ ৰৈ বিনালে (চলচ্চিত্ৰ)ৰো পৰিচালক ৰাজেশ ভূঞা।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

ৰাজেশ ভূঞাৰ জন্ম অসমত হৈছিল। শৈশৱকালৰ পৰা তেওঁ শিল্প আৰু নাট্যকলাত বিশেষ আগ্ৰহ দেখুৱাইছিল। বিদ্যালয়ৰ দিনতে তেওঁ নাট্যাভিনয় আৰু ক্ষুদ্ৰ চলচ্চিত্ৰ নিৰ্মাণত অংশ লয়। ভূঞা দেৱে কেৱল বোলছবিয়েই নহয় বহুকেইখন ভিচিডি, ধাৰাবাহিকৰ লগতে বহুকেইটা ভিডিঅ' গানো পৰিচালনা কৰে।

পৰিচালিত চলচ্চিত্ৰ

সম্পৰ্কিত শ্ৰেণী

চলচ্চিত্ৰ পৰিচালক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজেশ ভূঞা” প্ৰবন্ধৰ সংশোধন ৬১১৯০১ (১২ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।