কৰমা কে ৰাতি (ইংৰাজী:Karma Ke Rati) ২০১৩ চনত মুক্তি লাভ কৰা এখন অসমীয়া আৰু ছাদ্ৰী ভাষাৰ চলচ্চিত্ৰ। চলচ্চিত্ৰখনৰ পৰিচালনা আৰু সংগীত পৰিচালনা জয়ন্ত নাথৰ। মুখ্য চৰিত্ৰত অভিনয় কৰে আইমী বৰুৱা, বিষ্ণু খাৰঘৰীয়া, ৰাজকুমাৰ, ৰিম্পী দাস, প্ৰিন্স, তৃষ্ণা কুৰ্মী, লবিন দাস আদিয়ে।১
অভিনয় শিল্পী
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰমা কে ৰাতি” প্ৰবন্ধৰ সংশোধন ৩১৮৮৩৭ (১১ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।