| ক্ৰমিক নং | মুক্তিৰ তাৰিখ | ছবি | পৰিচালক | সঙ্গীত পৰিচালক | শৈলী (Genre) | টোকা | তথ্যসূত্ৰ |
|---|---|---|---|---|---|---|---|
| ১ | ২০২০, ২৮ আগষ্ট | জোনাকী পৰুৱা | প্ৰকাশ ডেকা | তৰালি শৰ্মা | ১ | ||
| ২ | ২০২০, ৩ জানুৱাৰী | জনকনন্দিনী | কুঞ্জলতা গগৈ দাস | নন্দ বেনাৰ্জী | ২ | ||
| ৩ | ২০২১, ২৩ জানুৱাৰী | গৰু | হিমাংশু প্ৰসাদ দাস | পলাশ সূৰ্য গগৈ | হাস্য-ব্যংগ | ৩ | |
| ৪ | ২০২২, ৬ মে' | গংগা | মণি সিনহা | অজয় ফুকন | একচন | ৪ | |
| ৫ | ২০২২, ১৩ মে' | লোকেল উৎপাত | কেনী দেউৰী বসুমতাৰী | কমেডী | ৫ | ||
| ৬ | ২০২২, ১৭ জুন | এমুঠি পুঠি | কুল নন্দিনী মহন্ত | বেচহোল (মনদ্বীপ তাৰো) | নাট্যধৰ্মী, কমেডী | ৬ | |
| ৭ | ২০২২, ২৪ জুন | দাদা তুমি দুষ্ট বৰ | সমীৰ বুঢ়াগোহাঁই | আলাপ দুদুল | ৰোমাণ্টিক, কমেডী | ||
| ৮ | ২০২২, ১ জুলাই | গুৱাহাটী ডায়েৰীজ | প্ৰশান্ত শইকীয়া | ড্ৰামা | ৭ | ||
| ৯ | ২০২২, ২৯ জুলাই | উপসৰ্গ | কংকন ডেকা | ||||
| ১০ | ২০২২, ১৯ আগষ্ট | গ'গআই | চন্দ্ৰ মুদৈ | ৮ | |||
| ১১ | ২০২২, ৯ ছেপ্তেম্বৰ | বুলু ফিল্ম | হিমাংশু প্ৰসাদ দাস | ব্লেক কমেডী | |||
| ১২ | ২০২২, ১৬ ছেপ্তেম্বৰ | বুম্বা ৰাইড (মিচিং-অসমীয়া চলচ্চিত্ৰ) | বিশ্বজিৎ বৰা | হাস্য-ব্যংগ | মিচিং ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ৯ | |
| ১৩ | ২০২২, ২৩ ছেপ্তেম্বৰ | চেমখোৰ (ডিমাছা ভাষাৰ চলচ্চিত্ৰ) | আইমী বৰুৱা | নাট্যধৰ্মী | জুৰীৰ বিশেষ উল্লেখ তথা ডিমাছা ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ১০ | |
| ১৪ | ২০২২, ৩০ ছেপ্তেম্বৰ | ব্ৰীজ | কৃপাল কলিতা | নাট্যধৰ্মী | শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৬৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ১১ | |
| ১৫ | ২০২২, ৭ অক্টোবৰ | বেলকনিত ভগৱান | বিশ্বজিৎ বৰা | বিশাল খত্ৰী | নাট্যধৰ্মী | ১২ | |
| ১৬ | ২০২২, ১৪ অক্টোবৰ | ঘোষ্ট অফ মাইখুলি | পংকজ চ'ৰাম | বেচহল (মনদীপ তাৰো) | একচন | ১৩ | |
| ১৭ | ২০২২, ১৪ অক্টোবৰ | মোৰ শেষ গান | প্ৰবাল বৰুৱা | অজয় সিংহ | |||
| ১৮ | ২০২২, ২৮ অক্টোবৰ | লংকাকাণ্ড | ৰজনী বৰ্মন | ||||
| ১৯ | ২০২২, ৪ নবেম্বৰ | বন্ধু | ত্ৰিদীপ লাহন | ||||
| ২০ | ২০২৩, ২৭ জানুৱাৰী | অনুৰ | মঞ্জুল বৰুৱা | অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা | ১৪৯ | ||
| ২০ | ২০২৩, ৩ ফেব্ৰুৱাৰী | ডক্তৰ বেজবৰুৱা ২ | নিপন গোস্বামী | ||||
| ২১ | ২০২৩, ২৪ ফেব্ৰুৱাৰী | ক'লা বগা (Black N White | ধনজিৎ দাস | ||||
| ২২ | ২০২৩, ৭ এপ্ৰিল | Advitya | অৰিন্দম শৰ্মা | ||||
| ২৩ | ২০২৩, ২৮ এপ্ৰিল | কি কোৱা দোস্তী..! ! | কেনী দেউৰী বসুমতাৰী | ||||
| ২৪ | ২০২৩, ২৬ মে' | The Consequence | চন্দ্ৰ শেখৰ দাস | ||||
| ২৫ | ২০২৩, ৫ জুন | শ্ৰী ৰঘুপতি | সৌৰভ কাকতি | ||||
| ২৬ | ২০২৩, ৩০ জুন | 'The Slam Book | প্ৰাঞ্জল গয়াৰী | ||||
| ২৭ | ২০২৩, ২২ ছেপ্টেম্বৰ | Tora's Husband | ৰীমা দাস | ||||
| ২৮ | ২০২৩, ৬ অক্টোবৰ | মমতাৰ চিঠি | নিৰ্মল দাস | ||||
| ২৯ | ২০২৩, ৬ অক্টোবৰ | এটি নক্ষত্ৰ | ৰুদ্ৰজিৎ মজুমদাৰ | ||||
| ৩০ | ২০২৩, ১৩ অক্টোবৰ | বীৰ | নাৰায়ণ শীল | ||||
| ৩১ | ২০২৩, ২৭ অক্টোবৰ | ৰাঘৱ | যতীন বৰা | ||||
| ৩২ | ২০২৩, ২৪ নৱেম্বৰ | ৰঙা টুপী ১৯৮২ | অৰিন্দম শইকীয়া | ||||
| ৩৩ | ২০২৩, ৮ ডিচেম্বৰ | নেলীৰ কথা | পাৰ্থজিত বৰুৱা |
তথ্যসূত্ৰ
- ↑ আপুনি জানেনে কাৰ ভুলৰ বাবে কিয় গাঁৱৰ পৰা আঁতৰি গ'ল মাইনা?. News next one
- ↑ (2019-11-27). পৰিচালক অমিতাভ বৰাৰ সৈতে হেঁতালি খেলিছে “জনকনন্দিনী” ৰ প্ৰযোজকে. rupaliparda.com
- ↑ (2019-10-31). আহি আছে নতুন অসমীয়া ছবি 'গৰু'. ETV Bharat
- ↑ Ganga: Ekhoni Bowati Hiya
- ↑ Local Utpaat
- ↑ m.imdb.com/title/tt20220796/
- ↑ (June 15, 2022). Assamese Film ‘Guwahati Diaries’ To Release On July 1
- ↑ (July 31, 2022). Assamese film Gogoi: অসমীয়া ছবি গগৈৰ ট্ৰেইলৰ মুকলি. www.etvbharat.com
- ↑ (24 August 2023). 69th National Film Awards 2023 complete winners list: Rocketry, Alia Bhatt, Kriti Sanon, Allu Arjun, RRR, Gangubai Kathiawadi win big
- ↑ 68th National Film Award. Directorate of Film Festivals, GOI
- ↑ Kripal Kalita’s ‘Bridge’: The Assamese movie making waves globally. East Mojo
- ↑ Balconit Bhogawan (God On The Balcony). in.bookmyshow.com
- ↑ অসমৰ প্ৰথমখন ৰিয়েল এক্সনধৰ্মী চিনেমা Ghost of Maikhuli. East Mojo অসম
- ↑ ২৭ জানুৱাৰীত চিত্ৰগৃহলৈ অনুৰাধা শৰ্মা পূজাৰীৰ কাহিনীৰে নিৰ্মিত নতুন অসমীয়া চলচ্চিত্ৰ. দৈনিক অগ্ৰদূত
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৫৩০৬০৩ (৬ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।