ৰীমা বৰা এগৰাকী ভাৰতীয় চলচ্চিত্ৰনিৰ্মাতা।১ ২০১৫ চনত মুক্তিপ্ৰাপ্ত বকুল (চলচ্চিত্ৰ)ৰ বাবে তেওঁক বিশেষভাৱে জনা যায়।২৩ ৰীমা বৰা পুনেত অৱস্থিত ভাৰতীয় চলচ্চিত্ৰ আৰু দূৰদৰ্শন প্ৰতিষ্ঠানৰ এগৰাকী স্নাতক।৪ তেওঁৰ দ্বাৰা পৰিচালিত চুটিছবি Echoes of Silence ৰ বাবে জুবিন গাৰ্গে শ্ৰেষ্ঠ সংগীত পৰিচালক হিচাপে ৰাষ্ট্ৰীয় বঁটা (ৰজত কমল) বঁটা লাভ কৰে।৫৬
চলচ্চিত্ৰপঞ্জী
- চটক২
- সিহঁতৰ কথা (চুটি ছবি)
- Echoes of Silence
- বকুল (চলচ্চিত্ৰ)
- নৈ
তথ্যসূত্ৰ
- ↑ Reema Borah Director
- ↑ বিচাৰিলো সোণৰ খনি, কেতেকীৰে পাহি, মৰমী: বকুল কথা – (ননি). মুক্ত চিন্তা
- ↑ বৰুৱা দাস,বৰ্ণালী. ‘বকুল’: হেৰোৱা সুবাস বিচাৰি. মুক্ত চিন্তা
- ↑ Bhuyan,Pranab Jyoti. I express my thoughts and emotions through my films, says Reema Borah
- ↑ awards won by zubeen garg at gomolo.com. gomolo.com
- ↑ A weekend of award-wining films from the city
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰীমা বৰা” প্ৰবন্ধৰ সংশোধন ৩৮৬১২৪ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।