ৰ অসমীয়া ব্যঞ্জনবৰ্ণ মালাৰ ২৭ নং আখৰ। ব্যঞ্জনবৰ্ণৰ উচ্চাৰণত হাঁওফাঁওৰ পৰা ওলাই অহা বায়ু মুখৰ ভিতৰত ক’ৰবাত অকণমান হ’লেও বাধাপ্ৰাপ্ত হয়; স্বৰতন্ত্ৰী সঞ্চালিত হ’বও পাৰে বা নহ’বও পাৰে।১ 'ৰ'ও এটি ব্যঞ্জন বৰ্ণ, সেয়ে 'ৰ' উচ্চাৰণ কৰোঁতেও বায়ু মুখৰ ভিতৰত বাধাপ্ৰাপ্ত হয়।
স্বৰবৰ্ণৰ লগত যোগ হ'লে
যুক্তবৰ্ণ (ৰ যোগ)
'ৰ'ৰ লগত আন বৰ্ণ যুক্ত হ'লে 'ৰ' লুপ্ত হৈ পিছৰ বৰ্ণটোৰ ওপৰত ৰেফ ব্যৱহৃত হয়। যেনে -
ৰ্ + ক = ৰ্ক = তৰ্ক
ৰ্ + খ = ৰ্খ = মূৰ্খ
ৰ্ + গ = ৰ্গ = স্বৰ্গ ইত্যাদি
'ৰ'ৰে আৰম্ভ শব্দ
- ৰৌ মাছ
- ৰথ
- ৰং
- ৰজা
- ৰাজন
- ৰঞ্জন
- ৰোমান্টিক
- ৰবাব
- ৰাজ্য
- ৰঞ্জিত
- ৰক্তিম
- ৰক্ষা
- ৰণাঙ্গন
- ৰ'দ
- ৰক্তচাপ
- ৰুটি
- ৰাণী
তথ্যসূত্ৰ
- ↑ xobdo.org search result of ব্যঞ্জন বৰ্ণ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰ” প্ৰবন্ধৰ সংশোধন ৪৪৭৪৯৩ (২৩ নৱেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।