অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

ভিলেজ ৰকষ্টাৰ্ছ

ভিলেজ ৰকষ্টাৰ্ছ ৰীমা দাসৰ দ্বাৰা পৰিচালিত এখন অসমীয়া বোলছবি। বোলছবিখন ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিছে। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি।

হালনাগাদ: ১১ জুলাই ২০২৬ ৮৭০ শব্দ · ৫ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

ভিলেজ ৰকষ্টাৰ্ছ ৰীমা দাসৰ দ্বাৰা পৰিচালিত এখন অসমীয়া বোলছবি।১ বোলছবিখন ২০১৭ চনত বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হৈ বহুতো পুৰস্কাৰ অৰ্জন কৰিছে। বোলছবি নিৰ্মাণৰ কোনো আনুষ্ঠানিক শিক্ষা নথকা ৰীমা দাসৰ এইখন দ্বিতীয় পূৰ্ণদৈৰ্ঘ্যৰ বোলছবি। লগতে ৰীমা দাস এই ছবিৰ চিত্ৰনাট্যকাৰ, কাৰ্যবাহী নিৰ্মাতা, সম্পাদক, চিত্ৰনাট্যকাৰ, আৰু প্ৰডাক্টচন ডিজাইনাৰ।২ ছবিখন চিনেমা গৃহত মুক্তি লাভ কৰে ২০১৮ৰ ২৮ ছেপ্তেম্বৰত।৩

কাহিনী

বোলছবি খনৰ কাহিনী এগৰাকী কিশোৰী ধুনু আৰু তাইৰ সপোনৰ আধাৰত। সমাজৰ ঘাট-প্ৰতিঘাতৰ মাজতো তাই নিজৰ এটা বেণ্ড গঠন কৰা সপোন বুকুত কঢ়িয়াই ফুৰে। ১০ বছৰীয়া ধুনু (ভণিতা দাস) তাইৰ বিধৱা মাক (বাসন্তী দাস) আৰু ককায়েক মনৱেন্দ্ৰৰ (মনৱেন্দ্ৰ দাস) লগত কামৰূপ জিলাৰ ছয়গাঁৱত বাস কৰে। ধুনুৰ মাকে এখনি সৰু দোকানৰ জৰিয়তে পৰিয়ালৰ পোহ-পাল কৰে। এদিন মাকৰ লগত স্থানীয় অনুষ্ঠান এটিত দোকানৰ কামত সহায় কৰি থাকোঁতে ধুনুৱে এটা বেণ্ডৰ অনুষ্ঠান দেখিলে। বেণ্ডৰ অনুষ্ঠান দেখি ধুনুৰ নিজাকৈ এটা গীটাৰ লোৱাৰ সপোন দেখিছিল। গাঁৱৰ লৰা-ছোৱালীয়ে সেই বেণ্ডক নকল কৰি সততে পোৱা বস্তুৰে বাদ্য সাজি বেণ্ড বেণ্ড খেলিবলৈ ধৰিলে। ধুনুৱে ৰকষ্টাৰ জিমি হেন্দ্ৰিস্কক অনুসৰণ কৰি এটা নকল গীটাৰ অনবৰতে কঢ়িয়াই ফুৰিব ধৰিলে।

ধুনুয়ে এক কমিক্স কিতাপ পঢ়ি এটা আচল বেণ্ড গঠন কৰি, আচল বাদ্যযন্ত্ৰ বজাবলৈ মনস্থ কৰে। তাৰপিছত এটকা এটকাকৈ সাঁচি তাই নিজৰ এটা বৈদ্যুতিক গীটাৰ কিনাৰ সপোন দেখে। টুকুৰা বাতৰি কাকতৰ এটা প্ৰবন্ধ পঢ়ি ধুনুৰ মন আৰু বেছি দৃঢ় হয়। তাই বুজি পায় যে ধনান্মক চিন্তাৰ দ্বাৰা তাইৰ সপোন সাৰ্থক হব।৪

বোলছবিখন কামৰূপী উপভাষাত নিৰ্মাণ কৰা হৈছে।

চৰিত্ৰ

  • ভনিতা দাস (ধুনু)
  • বাসন্তী দাস (ধুনুৰ মাক)
  • মানবেন্দ্ৰ দাস(ধুনুৰ জ্যেষ্ঠ ভ্ৰাতৃ)
  • বলোৰাম দাস
  • ৰিংকু দাস
  • বিষ্ণু কলিতা

সমালোচনা

ছবিখনৰ কলা-কুশলীৰ সৈতে পৰিচালক ৰীমা দাস (সোঁফালৰ পৰা তৃতীয়গৰাকী), ভাৰতৰ ৪৮তম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত, গোৱাৰ পানাজীত, ২০১৭ চনৰ ২১ নৱেম্বৰত
ছবিখনৰ কলা-কুশলীৰ সৈতে পৰিচালক ৰীমা দাস (সোঁফালৰ পৰা তৃতীয়গৰাকী), ভাৰতৰ ৪৮তম আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত, গোৱাৰ পানাজীত, ২০১৭ চনৰ ২১ নৱেম্বৰতছবি: Ministry of Information and Broadcasting · GODL-India

২০১৭ চনত ভিলেজ ৰকষ্টাৰ্ছে "ফিল্ম ক্ৰিটিকছ্ চাৰ্কল অৱ ইণ্ডিয়া"ৰ শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ বঁটা লাভ কৰে৷৫ বিচাৰক ডাল্টন এলে ছবিখনক মাইলষ্টোনৰ লগত তুলনা কৰে ("a milestone film of sorts") আৰু তাৰে লগত সংযোজন কৰি কয় যে-

"Village Rockstars epitomises the trials and tribulations, and heralds the coming of age, of a filmmaker, of her protagonist, and of the indie film movement in India".

আন এগৰাকী বিচাৰক প্ৰিয়ংকা দাসগুপ্তাই কয়-

"Rima Das’ film is a lyrical montage of life and times in contemporary rural India. It subtly draws attention to complex gender issues – sometimes even subverting the conventional gender norms – without ever getting preachy. Bhanita Das – the pint-sized fiery ball of lovable energy – is endearingly natural. But just when one fears that the film might become schmaltzy, the film-maker takes control. The lens speaks volumes, sometimes conveying more than the dialogues. Such a work by a first-time director holds a lot of promise for Indian cinema".

বিচাৰক প্ৰেমচান্দে ছবিখনক "এগৰাকী নাৰীৰ বিষয়ৰ কেন্দ্ৰবিন্দুৰ গভীৰলৈ যাত্ৰা" বুলি অভিহিত কৰে৷ সন্থাৰ এগৰাকী প্ৰতিষ্ঠাপক সদস্য শৈবাল ছেটাৰ্জীয়ে ছবিখনৰ পাঁচটা ৰেংকিং দিয়ে আৰু কয় যে-

"A masterwork is usually the result of strict adherence to artistic and functional rules. Village Rockstars respects none: it dons a raw, innocent cloak and exudes a degree of purity that deliberate craft can never bestow on a film... The film stands for something that is always under threat: the courage to ignore the reality that life is exceedingly difficult for cinema that is made on the margins of a giant production machinery and recognize that there always are ways out for those who revel in battling the odds, no matter how daunting, and overcoming them."

৬

ভেৰাইটি আলোচনীৰ এটি সমালোচনাত মেগি লীয়ে মন্তব্য কৰে যে-

"By focusing on tween characters, the picture evokes that freewheeling stage when gender roles are still blurry in the friendships between boys and girls. Then as suddenly as a monsoon, Dhunu’s first period arrives. The rituals held to initiate her into womanhood — making her wear a sari, segregating her from the boys — are seen as attempts to enforce her otherness."

৭ হলিউড ৰিপৰ্টাৰৰ এটি সমালোচনাত দেবোৰাহ ইয়ঙে কয় যে-

"Village Rockstars’ storytelling is so offhand it borders on documentary. The action follows natural rhythms, the seasons, biology."

৮ পিছটবাৰ্গ চিটি পেপাৰৰ এটি আলোচনাত হান্না লিনে ছবিখনক "দ্য ফ্লৰিডা প্ৰজেক্ট"ৰ লগত তুলনা কৰে আৰু মন্তব্য কৰে যে-ছবিখন aimless without being pointless.</small>৯ দ্য গ্লোব এণ্ড মেইলত বেৰি হাৰ্টজে ছবিখনক " সুদৃঢ় আৰু শৃংখলিত" বুলি প্ৰশংসা কৰি চাৰিৰ ভিতৰত ৩.৫ টা ষ্টাৰ দিয়ে৷১০ বাতৰিকাকত নাউত ৰাধেয়ান ছিমনপিল্লায়ে ছবিখনক চাৰিটা ষ্টাৰ প্ৰদান কৰে আৰু একাডেমীলৈ মনোনীত নোহোৱাৰ বাবে বিষোদগাৰ প্ৰকাশ কৰে৷ তেওঁ এই বিস্ময়কৰ, কাব্যময় ছবিখনক ৰোমা, কোল্ড ৱাৰ, কেপাৰনম বা নেভাৰ লুক এৱেতকৈ অগ্ৰাধিকাৰ দিলেহেঁতেন বুলি মন্তব্য কৰে৷ ১১

বৰ্তমান ৰটেন টোমেট'ছত এই ছবিখনে ১৫ টা সমালোচনাৰ ভিত্তিত ৯৩% অনুমোদন লাভ কৰি আছে৷ দহৰ ভিতৰত গড় ৰেটিং হৈছে ৭.৯৭ ৷ ১২ আনহাতে ইণ্টাৰনেট মুভি ডাটাবেছত ছবিখনৰ ৰেটিং হৈছে ৭.৩৷ ১৩

বঁটা

অনুষ্ঠানৰ নামদিনাংকশাখাপ্ৰাপক আৰু মনোনীতসকলৰ নামফলাফলতথ্যসূত্ৰ
শ্ৰেষ্ঠ আন্তঃৰাষ্ট্ৰীয় ছবিৰ একাডেমী বঁটা৯১ সংখ্যক একাডেমী বঁটা, ২৪-০২-২০১৯শ্ৰেষ্ঠ বিদেশী ভাষাৰ ছবিৰ একাডেমী বঁটাভাৰতৰ অ'ফিচিয়েল এণ্ট্ৰিঅমনোনীত১৪১৫
ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা৬৫ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, ১৩-০৪-২০১৮শ্ৰেষ্ঠ চলচ্চিত্ৰৰীমা দাস১৬
শ্ৰেষ্ঠ শিশুশিল্পীৰ ৰাষ্ট্ৰীয় বঁটাভনিতা দাস
শ্ৰেষ্ঠ অডিঅ'গ্ৰাফীৰ ৰাষ্ট্ৰীয় বঁটা, শ্ৰেষ্ঠ লোকেছন ছাউণ্ড ৰেকৰ্ডিষ্টমল্লিকা দাস
শ্ৰেষ্ঠ সম্পাদনাৰ ৰাষ্ট্ৰীয় বঁটাৰীমা দাস
জিঅ' মামি ছবি মহোৎসৱ ২০১৭১৮-১০-২০১৮ইণ্ডিয়া গোল্ড শিতানত শ্ৰেষ্ঠ ছবিৰ গোল্ডেন গেটৱে বঁটাভিলেজ ৰকষ্টাৰছ১৭
লিংগসমতাৰ শ্ৰেষ্ঠ ছবিৰ অক্সফেম বঁটাভিলেজ ৰকষ্টাৰ্ছ
যুৱ সমালোচকৰ দ্বাৰা নিৰ্বাচিত বঁটাভিলেজ ৰকষ্টাৰ্ছ
কৰ্ক ছবি মহোৎসৱ১১-১১-২০১৭গ্ৰাদাম স্পয়ৰড না ফেইলে (Gradam Spiorad Na Féile, Spirit of the Festival Award)ভিলেজ ৰকষ্টাৰ্ছ১৮
কাইৰো আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ২১-১১-২০১৭আন্তঃৰাষ্ট্ৰীয় সমালোচক সপ্তাহ প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ কলাত্মক অৱদানভিলেজ ৰকষ্টাৰ্ছ১৯
শিশু আৰু কিশোৰৰ অলিম্পিয়া আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱ২৬-১১-২০১৭শ্ৰেষ্ঠ অভিনেত্ৰীভনিতা দাস২০
শ্ৰেষ্ঠ পৰিচালকৰীমা দাস২০
বিচাৰকৰ বিশেষ বঁটাভিলেজ ৰকষ্টাৰ্ছ২০
শিশু আৰু কিশোৰৰ স্মাইল আন্তৰাষ্ট্ৰীয় ছবি মহোৎসৱ,Siffcy১৭-১২-২০১৭শ্ৰেষ্ঠ শিশুকেন্দ্ৰিক ছবিভিলেজ ৰকষ্টাৰ্ছ২১
শ্ৰেষ্ঠ অভিনেত্ৰীভনিতা দাস২১
ছিনে জুনিয়ৰ ছবি মহোৎসৱ, ফ্ৰান্স ২০১৮০১-০১-২০১৮গ্ৰেণ্ড প্ৰিক্স (শ্ৰেষ্ঠ ছবি)ভিলেজ ৰকষ্টাৰ্ছ২২
মুয়েষ্ট্ৰা ডে চিনে লানজাৰোটে ২০১৭,স্পেইন১৮-০৫-২০১৭কিশোৰৰ বাবে শ্ৰেষ্ঠ ছবিভিলেজ ৰকষ্টাৰ্ছ২৩
লছ এঞ্জেলছৰ ভাৰতীয় ছবি মহোৎসৱ১৫-০৪-২০১৮শ্ৰেষ্ঠ ছবিৰ গ্ৰেণ্ড জুৰীৰ বঁটাভিলেজ ৰকষ্টাৰ্ছ২৪
বুয়েনছ এয়াৰচে ফেষ্টিভেল ইণ্টাৰনেচনেল ডি চিনে ইণ্ডিপেণ্ডিয়েট, আৰ্জেণ্টিনা ২০১৮২২-০৪-২০১৮ছিগনিছ বঁটাভিলেজ ৰকষ্টাৰ্ছ২৫
প্ৰাগ চিনে বঁটা ২০১৮২৭-০৫-২০১৮শ্ৰেষ্ঠ ছবিভিলেজ ৰকষ্টাৰ্ছ২৬
শ্ৰেষ্ঠ অভিনেতা(মহিলা)ভনিতা দাস
শ্ৰেষ্ঠ সম্পাদনাৰীমা দাস
শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনাৰঅমৃত প্ৰীতম
বিচাৰকৰ বিশেষ উল্লেখবাসন্তী দাস
সপ্তম অসম ৰাজ্যিক বঁটা আৰু মহোৎসৱ২৯-০৭-২০১৮কমল নাৰায়ণ চৌধুৰীৰ শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰীমা দাস
শ্ৰেষ্ঠ শব্দ-পৰিকল্পনা (Sound Design)অমৃত প্ৰীতম
শ্ৰেষ্ঠ নৱাগত অভিনেত্ৰীভনিতা দাস
নলীন দুৱৰা শ্ৰেষ্ঠ দৃশ্যগ্ৰহণৰ বঁটা (Cinematography)ৰীমা দাস
তৃতীয় ব্ৰিকছ ছবি মহোৎসৱ, BRICS film festival২৭-০৭-২০১৮শ্ৰেষ্ঠ অভিনেত্ৰীভনিতা দাস
বিচাৰকৰ বিশেষ বঁটাভিলেজ ৰকষ্টাৰ্ছ

চলচ্চিত্ৰ মহোৎসৱত ভিলেজ ৰকষ্টাৰ্ছ

  • Toronto International Film Festival (Discovery Section) 2017২৭
  • San Sebastián International Film Festival (New Directors Competition) 2017২৮
  • Guwahati International Film Festival২৯
  • Dharamshala International Film Festival৩০ (closing film)
  • Cannes Film Festival 2017৩১
  • Kerala International Film Festival (International Competition) 2017৩২
  • SIFFCY৩৩ 2017 (Opening film)
  • Tallinn Black Nights 2017৩৪
  • HKIFF, Hong Kong International Film Festival 2018৩৫
  • International Film Festival of India, Goa 2017৩৬
  • Glasgow Film Festival, UK 2018 (UK premiere)৩৭
  • Cairo International Film Festival 2017, Egypt৩৮
  • MAMI Mumbai Film Festival 2017, India১৭
  • Medellín International Film Festival 2017, Colombia
  • International Children's Film Festival India 2017, India (Competition Section)৩৯
  • Leiden International Film Festival, Netherlands 2017৪০
  • Cork Film Festival 2017, Ireland১৮
  • Olympia International Film Festival 2017, Greece (Competition Section)২০
  • Cine Junior Film Festival, France, 2018 (French premiere)২২
  • Les Toiles Filantes, France, 2018
  • Cairo International Women's Film Festival, Egypt, 2018
  • Aga Khan Museum, Canada, 2018৪১
  • Reel 2 Real International Film Festival for Youth, Canada, 2018৪২
  • Tromso International Film Festival, Norway, 2018 (Norwegian premiere)
  • Göteborg International Film Festival, Sweden, 2018 (Swedish Premiere)
  • MOOOV Film Festival, Belgium, 2018 (Belgium premiere)
  • Muestra de Cine de Lanzarote, Spain, 2017২৩
  • Jogjakarta Film Festival, Indonesia 2017 (South East Asian Premiere)
  • Bangalore Film Festival, India
  • Chennai International Film Festival, India৪৩
  • Singapore South Asian International Film Festival 2018

টোকা

যিমানদূৰলৈকে সম্ভৱ হৈছে,প্ৰতিটো তাৰিখেই বঁটা প্ৰদান কৰা বৰ্ষ অনুযায়ী প্ৰবন্ধটোৰ লগত সংযুক্ত কৰা হৈছে৷

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ www.livemint.com/Leisure/IA1CeUUZaGW3jlGejVDyNK/
  3. ↑ Village Rockstars is India’s official entry to Oscars 2019
  4. ↑ www.northeasttoday.in/assamese-filmmakers-villag
  5. ↑ 3rd annual Film Critics Circle of India Award. filmcriticscircle.com
  6. ↑ Chatterjee, Saibal. (6 February 2019). Village Rockstars Movie Review: Rim Das' Film Is Not A Masterpiece, It's A Miracle. NDTV.com
  7. ↑ Toronto Film Review: ‘Village Rockstars’. variety.com
  8. ↑ 'Village Rockstars': Film Review - Mumbai 2017. hollywoodreporter.com
  9. ↑ Lynn, Hannah. What’s coming to the Silk Screen?. Pittsburgh City Paper
  10. ↑ Review: Rima Das’s Village Rockstars brings down the house, and proves the 2019 Oscars are singing the wrong tune
  11. ↑ Simonpillai, Radheyan. (28 January 2019). Review: Village Rockstars should have got a foreign-language Oscar nomination. NOW Magazine
  12. ↑ Village Rockstars (2017). Rotten Tomatoes. Fandango Media
  13. ↑ www.imdb.com/title/tt7297966/
  14. ↑ Oscars: India Selects 'Village Rockstars' for Foreign-Language Category. The Hollywood Reporter
  15. ↑ (2018-12-18). Village Rockstars out of Oscars 2019 race
  16. ↑ 65th National Film Awards: A look at the complete list of winners and more. ইণ্ডিয়া টুডে
  17. ↑ Village Rockstar steals the show at MAMI 2017, bags 3 awards. ইণ্ডিয়া টুডে
  18. ↑ Awards. corkfilmfest.org. Cork Film Festival
  19. ↑ Cairo International Film Festival. www.ciff.org.eg
  20. ↑ (2017-12-10). Τα Βραβεία του 20ου Φεστιβάλ Ολυμπίας. Olympia Festival
  21. ↑ Siffcy Winner. siffcy.org
  22. ↑ Palmarès du Festival Ciné Junior 2018
  23. ↑ (2017-12-04). "Milla", de Valerie Massadian, se alza con el Premio a la Mejor película de la 7ª Muestra de cine de Lanzarote. Muestra de Cine de Lanzarote
  24. ↑ desk, Northeast Live web. (18 April 2018). Village Rockstars awarded Grand Jury Best Feature Film at Indian Film Festival of Los Angeles - North East Live
  25. ↑ (23 April 2018). Películas de India y Colombia, premiadas por SIGNIS en el 20 BAFICI. SIGNIS
  26. ↑ (29 May 2018). Govinda at Prag Cine Awards 2018 » Northeast Today
  27. ↑ Village Rockstars. www.tiff.net
  28. ↑ San Sebastian Film Festival. sansebastianfestival
  29. ↑ 'Village Rockstars' to be screened at Guwahati international film fest. The Times of India
  30. ↑ (15 October 2017). Rising Star: Village Rockstars director Rima Das
  31. ↑ (21 March 2017). Rima Das’s Village Rockstars to be showcased at Cannes film festival - The News Mill
  32. ↑ girish, girish. Village Rockstars. 22nd International Film Festival of Kerala
  33. ↑ Siffcy. siffcy.org
  34. ↑ Pandya, Sonal. Ajji, Mukkabaaz, Village Rockstars among 5 Indian films chosen for Black Nights Film Festival in Estonia. Cinestaan
  35. ↑ Frater, Patrick. (2018-02-28). Hong Kong Festival Sets Debut Features as Opening Film Pair. Variety
  36. ↑ (2017-11-10). Indian Panorama 2017. IFFI Goa
  37. ↑ (2018-03-17). Scotland’s original independent cinema is the. glasgowfilm.org
  38. ↑ 'Village Rockstars’ wins Cairo film festival award. The New Indian Express
  39. ↑ 20th International Children's Film Festival India. cfsindia.org
  40. ↑ Village Rockstars. liff.nl. Leiden International Film Festival
  41. ↑ Aga Khan Museum. Aga Khan Museum
  42. ↑ Village Rockstars · R2R Festival. www.2018.r2rfestival.org
  43. ↑ (2016-11-28). Films. Chennai International Film Festival

সম্পৰ্কিত শ্ৰেণী

২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰশ্ৰেষ্ঠ পূৰ্ণদৈৰ্ঘ্য ছবিৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ভিলেজ ৰকষ্টাৰ্ছ” প্ৰবন্ধৰ সংশোধন ৬১৬৬৮৫ (১১ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।