মনে মোৰ কইনা বিচাৰে হৈছে ২০১৩ চনৰ ১৫ মাৰ্চ তাৰিখে মুক্তি লাভ কৰা এখন ৰোমাণ্টিক অসমৰ চলচ্চিত্ৰ। "ইক' মটৰ্চ"ৰ বেনাৰত কুমাৰ গৌৰবে প্ৰযোজনা আৰু সদানন্দ গগৈয়ে পৰিচালনা কৰা চলচ্চিত্ৰখনৰ মূল চৰিত্ৰত অভিনয় কৰে ভাৰ্গৱ দাস, নীল দাস, আইমী বৰুৱা আৰু নিশিতা গোস্বামীয়ে।১
অভিনয়ত
- ভাৰ্গৱ দাস
- নীল দাস
- আইমী বৰুৱা
- নিশিতা গোস্বামী
কলা-কুশলী
- প্ৰযোজনা- কুমাৰ গৌৰব
- পৰিচালনা/সংলাপ/সংগীত- সদানন্দ গগৈ
- কাহিনী- দিলীপ কুমাৰ দত্ত
- চিত্ৰনাট্য- দিলীপ কুমাৰ দত্ত, সদানন্দ গগৈ
- চিত্ৰগ্ৰহণ- শিবানন বৰুৱা
তথ্যসূত্ৰ
- ↑ (১৬ মাৰ্চ, ২০১৩). Assamese Films: News This Week (11-17 March 2013). News Live TV
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনে মোৰ কইনা বিচাৰে” প্ৰবন্ধৰ সংশোধন ২৭১৫২৮ (১৭ এপ্ৰিল ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।