অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

উৎপল বৰপূজাৰী

উৎপল বৰপূজাৰীএগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক। তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ঈশ্বুয়ে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰুৰকীৰ পৰা প্ৰায়োগিক ভূবিদ্যা বিষয়ত এম.টেক. ডিগ্ৰী লাভ কৰিছিল।

হালনাগাদ: ২৩ ছেপ্তেম্বৰ ২০২৬ ১২১ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

উৎপল বৰপূজাৰীএগৰাকী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী চলচ্চিত্ৰ সমালোচক আৰু পৰিচালক। তেওঁৰ প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ চলচ্চিত্ৰ ঈশ্বুয়ে অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ ৬৫তম ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল।১ তেওঁ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, ৰুৰকীৰ পৰা প্ৰায়োগিক ভূবিদ্যা বিষয়ত এম.টেক. ডিগ্ৰী লাভ কৰিছিল। তেওঁৰ ছবিসমূহ দেশ বিদেশৰ বিভিন্ন ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ প্ৰদৰ্শিত হৈছ।২৩৪ তেওঁ ২০০২ চনৰ বাবে শ্ৰেষ্ঠ চলচ্চিত্ৰ সমালোচকৰ ৫০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ স্বৰ্ণ কমল লাভ কৰিছিল।

চলচ্চিত্ৰপঞ্জী

তথ্যচিত্ৰ

  • মায়ং: মাইথ/ৰিয়েলিটি (২০১২)
  • চং অফ দা ব্লু হিলছ (২০১৩)৫৬
  • চকাৰ কুইন অফ ৰাণী
  • ফৰ এ দৰবাৰ অফ দা পিপল
  • মেমৰিছ অফ এ ফৰগটেন ৱাৰ৭

চলচ্চিত্ৰ

  • ঈশ্বু, চিল্ডৰেন ফিল্ম ছচাইটিৰ দ্বাৰা প্ৰযোজিত৮

বঁটা আৰু সন্মান

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ IANS. (2018-04-13). Assamese film 'Village Rockstars' wins Best Feature Film. Business Standard India
  2. ↑ Dore, Shalini. (9 April 2014). New York Indian Film Festival Expands to Neighboring Countries. variety.com
  3. ↑ Film on Naga folk music makes it to five festivals. telegraphindia.com
  4. ↑ IANS. Blue Hills music to reverberate in China, Italy, Romania. thehindu.com
  5. ↑ The Hills Have Eyes. outlookindia.com
  6. ↑ Chatterji, Shoma A. (4 August 2015). Filming Reality: The Independent Documentary Movement in India. SAGE Publications India
  7. ↑ (29 November 2015). Trailer and Synopsis of "Memories of a Forgotten War": A feature-length documentary film on the battles of World War II fought in Northeastern India. madaboutmoviez.com
  8. ↑ আৰ্কাইভ কপি
  9. ↑ employmentnews.gov.in/VOL.%2036%20IFFI2015%20Cin
  10. ↑ nenow.in/entertainment/assam-utpal-borpujaris-is

সম্পৰ্কিত শ্ৰেণী

অসমীয়া ভাষাৰ চলচ্চিত্ৰ পৰিচালকভাৰতৰ চলচ্চিত্ৰ পৰিচালকচলচ্চিত্ৰ সমালোচকতথ্যচিত্ৰ নিৰ্মাতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উৎপল বৰপূজাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৬৮৫৮ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।