বৰশী (Borosi) মঞ্জুশ্ৰী ফিল্মছ এণ্ড এণ্টাৰটেইনমেণ্টৰ উদ্যোগত দেৱাশীষ গোস্বামীৰ প্ৰযোজনা আৰু প্ৰদ্যুৎ কুমাৰ ডেকাৰ পৰিচালনাত নিৰ্মিত অসমীয়া কথাছবি। ৰাজনীতিবিদ তথা ভাৰতৰ প্ৰাক্তন আইন মন্ত্ৰী দীনেশ গোস্বামীৰ ৰচনা কৰা কাহিনীৰ আধাৰত কথাছবি খন নিৰ্মাণ হৈছে। ২০১৪ চনৰ ১৮ এপ্ৰিলত বৰশী মুক্তি পাইছিল।১২৩৪
অভিনয়ত
- তৌফিক ৰহমান
- জৱন দত্ত
- মধুস্মিতা বৰকোটকী
- নয়ন প্ৰসাদ
- মল্লিকা শৰ্মা
- কাজৰী কোঁৱৰ
তথ্যসূত্ৰ
- ↑ (2013-07-06). New Assamese Movie - Borosi. Magical Assam
- ↑ Archived copy. www.newslivetv.com
- ↑ (2013-04-04). "Borosii" (বৰশী), New Asssamese suspense movie cinema | Entertainment News | humty dumty. Humtydumty.in
- ↑ Archived copy
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰশী (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৫৪৯ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।