অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

Released Movies - enajori.com অসম ইয়াৰবুক - শৰাইঘাট প্ৰকাশন ১৯৬০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ১৪ শব্দ · ১ মিনিট সংগৃহীত ৬১
সংশোধনৰ পৰামৰ্শ
বৰ্ষছবিপৰিচালকসংগীত পৰিচালকমুক্তিৰ তাৰিখপ্ৰাপ্ত বঁটা, সন্মান
১৯৫০বিপ্লৱীঅসিত সেনশিৱ ভট্টাচাৰ্য১৬ জানুৱাৰী
১৯৫২ৰুণুমীসুৰেশ চন্দ্ৰ গোস্বামীদৰ্প নাথ শৰ্মাঅজ্ঞাত
১৯৫৪সতী বেউলাসুনীল গাংগুলীভূপেন হাজৰিকা৮ জানুৱাৰী
১৯৫৫নিমিলা অংক (চলচ্চিত্ৰ)লক্ষ্যধৰ চৌধুৰীপুৰুষোত্তম দাস১৬ চেপ্টেম্বৰ
পিয়লী ফুকনফণী শৰ্মাভূপেন হাজৰিকা২ ডিচেম্বৰ"ছাৰ্টিফিকেট অব মেৰিট" লাভ কৰা প্ৰথম অসমীয়া ছবি
১৯৫৬সৰাপাতআনোৱাৰ হুছেইনমুকুল বৰুৱা৩০ মাৰ্চ
স্মৃতিৰ পৰশনিপ বৰুৱাব্ৰজেন বৰুৱা৬ এপ্ৰিল
লখিমী (চলচ্চিত্ৰ)ভবেন দাসব্ৰজেন বৰুৱা২৮ চেপ্টেম্বৰ
এৰা বাটৰ সুৰভূপেন হাজৰিকাভূপেন হাজৰিকা৩০ নবেম্বৰ
১৯৫৭মাক আৰু মৰমনিপ বৰুৱাব্ৰজেন বৰুৱা১০ মে"ছাৰ্টিফিকেট অব মেৰিট"
ধুমুহাফণী শৰ্মাভূপেন হাজৰিকা২৭ চেপ্টেম্বৰ
১৯৫৮ৰঙা পুলিচনিপ বৰুৱানিজাম৪ এপ্ৰিল"ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" লাভ কৰা প্ৰথম অসমীয়া ছবি
নতুন পৃথিৱীআনোৱাৰ হুছেইনমুকুল বৰুৱা ৰাজেশ্বৰ বৰদলৈ৪ জুলাই
ভক্ত প্ৰহ্লাদনিপ বৰুৱাব্ৰজেন বৰুৱা১৪ নবেম্বৰ
১৯৫৯কেঁচা সোণফণী শৰ্মাভূপেন হাজৰিকা২৯ মাৰ্চ
চাকনৈয়া (১৯৫৯ চলচ্চিত্ৰ)শৈল বৰুৱামুকুল বৰুৱা৪ চেপ্টেম্বৰ
পূবেৰুণ (চলচ্চিত্ৰ)প্ৰভাত মুখাৰ্জীতাৰিকুদ্দিন আহমেদ১৮ চেপ্টেম্বৰ"ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক" বাৰ্লিন চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শন
পুৱতি নিশাৰ সপোনফণী শৰ্মাভূপেন হাজৰিকা২ অক্টোবৰ
আমাৰ ঘৰনিপ বৰুৱাব্ৰজেন বৰুৱা৪ ডিচেম্বৰ

তথ্যসংগ্ৰহ

সম্পৰ্কিত শ্ৰেণী

অসম সম্পৰ্কীয় তালিকা১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰঅসমীয়া চলচ্চিত্ৰমুক্তিৰ দশক অনুসৰি অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৫০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৪১৪৪৩ (২৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।