অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

২০০০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা

হালনাগাদ: ১ নৱেম্বৰ ২০২৬ ৫ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ
বৰ্ষছবিপৰিচালকসংগীত পৰিচালকমুক্তিৰ তাৰিখটোকা১
১৯৯০উত্তৰকালআব্দুল মজিদতৰুণ শৰ্মা
কনকলতাকুন্তলা ডেকাঅনুপম চৌধুৰী
গ্ৰহণঅতুল বৰদলৈবিভূৰঞ্জন চৌধুৰী
যুঁজহেমেন দাসখগেন মহন্ত, ৰমেন চৌধুৰী৩৮তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
বনানিজাহ্নু বৰুৱাসত্য বৰুৱা, প্ৰশান্ত বৰদলৈ৩৭তম (১৯৯০) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰ্যাৱৰণ সংৰক্ষণ/ পৰিৰক্ষণ শিতান শ্ৰেষ্ঠ ছবিৰ বঁটা২
ধ্ৰুৱতৰাদাৰা আহমেদভূপেন উজীৰ
অভিমানমৃদুল গুপ্তাপ্ৰশান্ত বৰদলৈ
পাহাৰী কন্যামুনিন বৰুৱাজে পি দাস
তথাপিও নদীহেমন্ত দাসতৰুণ দাস
ৰঙা নদীব্ৰজেন বৰাযতীন শৰ্মা
ৱশ্ব'বিপো (কাৰ্বি ভাষাত)গৌতম বৰাশ্বেৰ চৌধুৰী৩৭তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ "পৰিচালকৰ প্ৰথম ছবি"ৰ ইন্দিৰা গান্ধী বঁটা
১৯৯১যক্ষিণীভূপেন উজীৰ
প্ৰেম জনমে জনমেযাদৱ চন্দ্ৰ দাসৰিদিপ দত্ত
সূৰ্য্য তেজৰ অন্য নামদিনেশ গগৈগগণ গগৈ
ফিৰিঙতি (চলচ্চিত্ৰ)জাহ্নু বৰুৱাসত্য বৰুৱা৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ২য় শ্ৰেষ্ঠ চলচ্চিত্ৰ আৰু মলয়া গোস্বামীলৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা৩
১৯৯২সাৰথিভবেন্দ্ৰ নাথ শইকীয়াপ্ৰভাত শৰ্মা৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া চলচ্চিত্ৰৰ ৰজত কমল বঁটা লাভ৩
প্ৰভাতী পখীৰ গানমুনিন বৰুৱাজে পি দাস
গৰখীয়াহেমেন দাস
অগ্নিদীনেশ গগৈসৰ্ব বৰবৰা
বংশধৰপ্ৰফুল্ল বৰাঅজিত সিংহ
ৰঙা মদাৰতিমথি হান্সে দাসসত্য বৰুৱা
১৯৯৩ৰেলৰ আলিৰ দুবৰি বনপুলক গগৈদশৰথ দাস৪০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
আৱৰ্তনভবেন্দ্ৰ নাথ শইকীয়ানাৰায়ণ বৰুৱা, দেৱেশ্বৰ শৰ্মা, দিলিপ ৰয়৪১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
ৰিক্সাৱালাদাৰা আহমেদজয়ন্ত নাথ
সংঘাত সংঘাত সংঘাতদীনেশ গগৈ
শ্ৰীমান মাইমনব্ৰজেন বৰা
প্ৰিয়জনৱাইচ কুৰ্নী বৰা
হলধৰসঞ্জীৱ হাজৰিকাশ্বেৰ চৌধুৰী৩৯তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ "পৰিচালকৰ প্ৰথম ছবি"ৰ ইন্দিৰা গান্ধী বঁটা৩
প্ৰত্যাৱৰ্তনৰঞ্জিত দাসশ্বেৰ চৌধুৰী
অবুজ বেদনা (চলচ্চিত্ৰ)গুণসিন্ধু হাজৰিকাদিলীপ শৰ্মাডিচেম্বৰ৪
১৯৯৪অশান্ত প্ৰহৰশিৱপ্ৰসাদ ঠাকুৰভূপেন হাজৰিকা
হৃদয়ৰ আঁৰে আঁৰেযাদৱ দাসদিলু হাজৰিকা
মীমাংসাসঞ্জীৱ হাজৰিকাশ্বেৰ চৌধুৰীভাৰতীয় পেনোৰামালৈ নিৰ্বাচিত ছবি৫
অগ্নিগড়চন্দ্ৰ মুদৈ
একত্ৰিশ জুনভাস্কৰ বৰাপ্ৰশান্ত বৰদলৈ
১৯৯৫আপোনজনগৌৰী বৰ্মন
সাগৰলৈ বহু দূৰজাহ্নু বৰুৱাসত্য বৰুৱা৪২তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত জাহ্নু বৰুৱালৈ শ্ৰেষ্ঠ পৰিচালকৰ ৰাষ্ট্ৰীয় বঁটা আৰু শ্ৰেষ্ঠ অসমীয়া ছবিৰ ৰজত কমল
উৰ্বশী (চলচ্চিত্ৰ)দাৰা আহমেদ
আই কিল্ড হিম ছাৰপ্ৰদীপ গগৈ
পানীপ্ৰফুল্ল শইকীয়াসঙ্গীত- ভূপেন হাজৰিকা আবহ সঙ্গীত- জীতু-তপন
নিশাৰ অৰণ্যগণেশ দাস
১৯৯৬ইতিহাসভবেন্দ্ৰ নাথ শইকীয়াইন্দ্ৰেশ্বৰ শৰ্মা৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
ৰাগ-বিৰাগবিদ্যুৎ চক্ৰৱৰ্তীশ্বেৰ চৌধুৰী৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ 'পৰিচালকৰ প্ৰথম ছবি'ৰ আৰু শ্ৰেষ্ঠ সম্পাদনাৰ বঁটা
জলাঞ্জলিউপেন বৰুৱা
অদাহ্য (চলচ্চিত্ৰ)সান্ত্বনা বৰদলৈশ্বেৰ চৌধুৰী৪৪তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবি আৰু শ্ৰেষ্ঠ চিনেমেট'গ্ৰাফীৰ বঁটা
হাগ্ৰামায়াও জিনাহাৰি (বড়ো ভাষাত)জাংদাও বডোচাৰাজেশ্বৰ ব্ৰহ্মপৰিবেশ, সংৰক্ষণ, পৰিৰক্ষণ শিতান শ্ৰেষ্ঠ ছবিৰ ৪৩তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
১৯৯৭অভিশপ্ত প্ৰেমমনোজ সেন
সপোনৰাজেন ৰাজখোৱা
সংস্কাৰৰঞ্জিত দাসশ্বেৰ চৌধুৰী
দেউতাৰ বিয়াদীপক ভূঞাদীপক ভূঞা
বুধু অৰ্জুনপদ্ম কৈৰী
১৯৯৮কুশলজাহ্নু বৰুৱা৪৬তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা
দেৱতাদাৰা আহমেদ
মোহমুক্তিধীৰাজ দাস কাশ্যপ
যৌৱনে আমনি কৰেঅশোক কুমাৰ বিষয়াব্ৰজেন বৰুৱা, ক্ষীৰদাকান্ত বিষয়া, ভূপেন উজীৰ, জয়ন্ত দাস, জয়ন্ত সোণোৱাল
১৯৯৯বুকুৰ মাজত জ্বলেঅশোক কুমাৰ বিষয়াআবহ সঙ্গীত- জয়ন্ত পাঠক
মহাৰথীবাণী দাস
অনলপৰমানন্দ ৰাজবংশী
বৈভৱমঞ্জু বৰা
মৰম নদীৰ গাভৰু ঘাটপুলক গগৈঅতুল মেধি

তথ্য উৎস

তথ্যসূত্ৰ

  1. ↑ উৎপলেন্দু কাশ্যপ. (১ এপ্ৰিল, ২০১২). অসমীয়া চিনেমা তেতিয়াৰ পৰা এতিয়ালৈ. বাঁহী (নিয়মীয়া বাৰ্তা দেওবৰীয়া আলোচনী)
  2. ↑ 37th (1990) National Film festival. Directorate of Film Festival, Govt. of India
  3. ↑ 39th National Film Festivl. Directorate of Film Festivals, Govt. of India. পৃ. 20, 142
  4. ↑ Das Arunlochan. (2013). ১০০ অসমীয়া চলচ্চিত্ৰৰ কাহিনী আৰু গীত. Shashi Shisu Prakashan, Guwahati
  5. ↑ docs.google.com/spreadsheets/d/1cLKgr_S6HVny5viq

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰঅসম সম্পৰ্কীয় তালিকা১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰমুক্তিৰ দশক অনুসৰি অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “১৯৯০ দশকৰ অসমীয়া চলচ্চিত্ৰৰ তালিকা” প্ৰবন্ধৰ সংশোধন ৪৪১৪৪৮ (২৮ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।