অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)

সোণাৰ বৰণ পাখি হ’ল গোৱালপৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি। ছবিখনৰ পৰিচালক হ’ল ববী শৰ্মা বৰুৱা।

হালনাগাদ: ৬ অক্টোবৰ ২০২৩ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

সোণাৰ বৰণ পাখি হ’ল গোৱালপাৰীয়া লোকগীতৰ শিল্পী প্ৰতিমা বৰুৱা পাণ্ডেৰ ওপৰত আধাৰিত ২০১৬ চনত মুক্তি লাভ কৰা এখন অসমীয়া ছবি।১ ছবিখনৰ পৰিচালক হ’ল ববী শৰ্মা বৰুৱা।২৩

কলা-কুশলী

  • আগ বয়সৰ প্ৰতিমা বৰুৱা পাণ্ডেৰ চৰিত্ৰত প্ৰণামী বৰা
  • প্ৰকৃতিষ বৰুৱাৰ চৰিত্ৰত প্ৰাঞ্জল শইকীয়া
  • বৃদ্ধ বয়সৰ প্ৰতিমা বৰুৱাৰ চৰিত্ৰত আৰতি বৰুৱা
  • প্ৰতিমা বৰুৱাৰ মাতৃৰ চৰিত্ৰত কমল প্ৰিয়া দাস
  • শিশু অৱস্থাৰ প্ৰতিমা বৰুৱাৰ চৰিত্ৰত সুস্মিতা ৰয়
  • গংগা শংকৰ পাণ্ডেৰ চৰিত্ৰত জগদীশ ডেকা
  • ঋত্বিক ঘটকৰ চৰিত্ৰত ধ্ৰুৱ জ্যৌতি কুমাৰ
  • ভূপেন হাজৰিকাৰ চৰিত্ৰত নিলিম চেতিয়া

তথ্যসূত্ৰ

  1. ↑ ' Sonar Boron Pakhi': New Biopic on Pratima Barua Pande. kothasobi.com
  2. ↑ A day for films in India's lesser-known languages | Bengaluru News - Times of India. timesofindia.indiatimes.com
  3. ↑ www.thedailystar.net/arts-entertainment/film/curtains-dhaka-intl-film-fest-1348798. thedailystar.net

সম্পৰ্কিত শ্ৰেণী

অসমীয়া চলচ্চিত্ৰ২০১৭ বৰ্ষৰ অসমীয়া চলচ্চিত্ৰ২০১০ দশকৰ অসমীয়া চলচ্চিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সোণাৰ বৰণ পাখি (চলচ্চিত্ৰ)” প্ৰবন্ধৰ সংশোধন ৩৮৫৯৯০ (৬ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।